কলিয়াবৰৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত অঘটন
- কলিয়াবৰত বান্দৰৰ আক্ৰমণত আহত কেইবাগৰাকীও ছাত্ৰী।
- কলিয়াবৰৰ গৰুবন্ধা প্ৰাথমিক বিদ্যালয়ত অঘটন।
- বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তেই বান্দৰে আক্ৰমণ কৰে পাঁচগৰাকী ছাত্ৰীক।
- আহত ক মান শ্ৰেণীৰ ফাৰিহা হুছেইন আৰু দ্বিতীয় শ্ৰেণীৰ ইনায়া বৰভূঞা, আৰুচি চৌহান, ছাদিকা বেগম আৰু মাৰিয়া খাতুন।
- উল্লেখযোগ্য যে জখলাবন্ধাৰ এই অঞ্চলটোত বিগত ছমাহ ধৰি এটা বান্দৰে বহু লোকক আক্ৰমণ কৰিছে
- আক্ৰমণত আহত কৰাৰ পিছতো বন বিভাগে বান্দৰটোক কৰায়ত্ত কৰিব নোৱাৰাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় লোকসকলে।
ডিজিটেল ডেস্ক, ২ জুন