বঙালমৰাত সলিল সমাধি দুই কিশোৰীৰ
- লখিমপুৰৰ বঙালমৰাত শোকাৱহ ঘটনা।
- বঙালমৰাৰ দৌলতপুৰত সলিল সমাধি দুই কিশোৰীৰ।
- পুখুৰীত গা ধুবলৈ নামি মৃত্যু নাজিয়া চুলতানা (১৪) আৰু ছাহিনা চুলতানা (১৩)৷
- স্থানীয় লোকে উদ্ধাৰ কৰে কিশোৰী দুগৰাকীৰ মৃতদেহ।
ডিজিটেল ডেস্ক, ২৮ জুলাই