নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা । বৃহস্পতিবাৰ পৰ্যন্ত দেশত মাৰাত্মক ক’ৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ১২,৩৭০ জনলৈ বৃদ্ধি ঘটিছে । ইয়াৰ বিপৰীতে মৃত্যু ঘটিছে ৪২২ জন লোক ।
ইয়াৰে সৰ্বাধিক ২,৯১৬ জন লোক আক্ৰান্ত হৈছে মগাৰাষ্ট্ৰত ।