নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত মুঠ ৩,৭২,১২৩ টা ক’ৰোনা ভাইৰাছৰ নমুনা পৰীক্ষণ

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিছাৰ্চ চমুকৈ আই চি এম আৰৰ (ICMR) তথ্য অনুসৰি শনিবাৰ পৰ্যন্ত দেশত ক’ৰোনা ভাইৰাছৰ মুঠ নমুনা পৰীক্ষা কৰা হৈছে ৩,৭২,১২৩টা ৷ ইয়াৰে মুঠ ৩,৫৪,৯৬৯ জন ব্যক্তিক পৰীক্ষা কৰা হয় ৷

য’ত শনিবাৰৰ দিনটোত পৰীক্ষা কৰা মুঠ নমুনা হৈছে ৩৫,৪৯৪টা ৷

You might also like