নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ হনুমান মন্দিৰত চোৰৰ লুটপাত

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ মঙলবাৰে নিশা চতিয়াৰ কৰৈয়নীৰ হনুমান মন্দিৰত চোৰৰ তাণ্ডৱ । মন্দিৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰা চোৰে পূজাৰ মূল্যৱান সা-সামগ্ৰী, টিলিঙাৰ লগতে চুৰি কৰি নিয়ে দানপাত্ৰৰ ধন । ইয়াৰ পাচতেই এতিয়া অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ আতংক । কিয়নো বিগত কিছুসময় ধৰি অসমৰ মন্দিৰ-নামঘৰত সমূহত ক্ৰমাগতভাৱে চোৰে চলাই আহিছে চাফাই অভিযান ।

You might also like