নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় নৌ সেনাৰ সফলভাৱে ব্ৰহ্মছ ছুপাৰসৈনিক ক্ৰুজ মিছাইল ৰ সফল পৰীক্ষণ

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ ভাৰতীয় নৌ সেনাই বৃহস্পতিবাৰে ২৯০ কিঃমিঃ দূৰত্ব ভেদিব পৰা ব্ৰহ্মছ ছুপাৰসৈনিক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰে।
সূত্ৰসমূহৰ মতে ছুপাৰসৈনিক ক্ৰুজ মিছাইল আৰৱ সাগৰত সফল পৰীক্ষণ কৰে। ব্ৰহ্মছ ছুপাৰসৈনিক ক্ৰুজ মিছাইলক জাহাজ, বিমান অথবা ভূমিৰ পৰা উৎক্ষেপন কৰিব পৰা যাব।

You might also like