BPFৰ ৬ জনকৈ নিৰ্বাচিত পাৰিষদে শীঘ্ৰেই যোগদান কৰিব UPPL-BJP পৰিষদত
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ কাইলৈ অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় শপতগ্ৰহণ। শপতগ্ৰহণৰ বাবে কোকৰাঝাৰলৈ ৰাওনা হৈছে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো। প্ৰমোদ বড়োৰ অভিযোগ হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচিত পাৰিষদক ক্ৰয়ৰ চেষ্টা কৰিছে। কিন্তু তেওঁ সফল হ’ব নোৱাৰে।
ইয়াৰোপৰি প্ৰমোদ বড়োৱে কয় যে বিপিএফৰ ১৭ বছৰীয়া শাসনকালত আমাৰ বিটিচিত প্ৰশাসন যন্ত্ৰ ধ্বংস কৰিছে। সেইবাবে আমি সকলো জাতি-জনগোষ্ঠীক লৈ আগবাঢ়ি যাব লাগিব।
লগতে পঢ়কঃ ১৬ বা ১৭ ডিচেম্বৰত লুৰিণজ্যোতি গগৈয়ে যোগদান কৰিব অসম জাতীয় পৰিষদত