নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৯ বৰ্ষত ইনষ্টাগ্ৰামত বিশ্বৰ পাঁচ শীৰ্ষ চেলিব্ৰিটী

ক্ৰিষ্টিয়ানো ৰণাল্ডো

ক্ৰিষ্টিয়ানো ৰণাল্ডো ১৯০ মিলিয়ন অনুগামীঃ সম্পূৰ্ণ নাম ক্ৰিষ্টিয়ানো ৰণাল্ডো ডচ চান্টছ এভিয়াৰো। খেলুৱৈগৰাকীৰ পিতৃ-মাতৃয়ে ৰণাল্ডোৰ কেতিয়াও এটা ভাল নাম বিচাৰি হাবাথুৰি খাইছিল। প্ৰথম নামটো মাতৃৰ পৰা আৰু দ্বিতীয় নামটো মাতৃৰ পৰা, তেতিয়া দেউতাকে সিদ্ধান্ত গ্ৰহণ কৰিলে পুত্ৰৰ নাম মহামান্য় ৰাষ্ট্ৰপতি ৰণাল্ডো ৰেগানৰ পৰা। ক্ৰিষ্টিয়ানো ৰণাল্ডোই ইটালিয়ান ফুটবল ক্লাৱ জুভেন্টাছৰ হৈ অংশগ্ৰহণ কৰিছে। ৰণাল্ডোই তিনিবাৰ গ্লডেন বল লাভ কৰিছে ইউৰোপিয়ান খেলুৱৈ হিচাপে, লগতে চাৰিবাৰ গ্লডেন বুট লাভ কৰিছে।

আৰিয়ানা গ্ৰেণ্ড

আৰিয়ানা গ্ৰেণ্ড ১৮৭ মিলিয়ন অনুগামীঃ অতি কম বয়সতে আমেৰিকান গায়িকা অভিনেত্ৰী আৰিয়ানা গ্ৰেণ্ডে নিজৰ যাদুকৰী কন্ঠৰৰ বাবে বহু লোকৰ হূদয় জিনিবলৈ সক্ষম হৈছে। আৰিয়ানাই কেইবাখনও চলচিত্ৰ, সৰু পৰ্দাত অভিনয়, কেইবাশও গীত বানীবদ্ধ কৰিছে।

দা ৰক জনছন

দা ৰক জনছন ১৬২ মিলিয়ন অনুগামীঃ এসময়ৰ প্ৰখ্যাত মল্লঁযুজাৰু তথা বিখ্যাত হলিউদৰ অভিনেতা ডৱাইন জনছন প্ৰায় ৩০০ খন ছবিত অভিনয় কৰিছে। জনছনৰ নাম ৱল্ড ৰেকৰ্ড বুকত নাম অন্তৰ্ভুক্ত হৈছে। প্ৰথম বাৰে তেওঁ অভিনয়ৰ বাবে ($5.5 মিলিয়ন ) আৰু দ্বিতীয়বাৰৰ বাবে মাত্ৰ তিনি মিনিটত ১০৫ খন ছেলফি উঠাৰ বাবে এই অভিলেখ সংগ্ৰহ কৰিছে।

ছেলেনা গোমেজ

ছেলেনা গোমেজ ১৬১ মিলিয়ন অনুগামীঃ মাত্ৰ ২৪ বছৰ বয়সতে ছেলেনা গোমেজে ইউনিছেফৰ “গুডউইল এম্বেচাদৰ” হিচাপে পৰিচিত হৈছে। ছেলেনাই গান গায়, অভিনয় কৰাৰ লগতে গীত ৰচনাও কৰে। ছেলেনাৰ কেৰিয়াৰৰ আৰম্ভণিতে দুৰাগ্য ৰোগে দেখা দিছিল যদিও নিজৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ বাবে সেই ৰোগকো প্ৰতিহত কৰি দেখুৱাবলৈ সক্ষম হৈছিল। সম্প্ৰতি সময়ত ছেলেনা ইনষ্টাগ্ৰামত যথেষ্ট অনুগামীয়ে অনুসৰণ কৰিছে।

কিম কাৰ্দাশিয়ান

 

 

কিম কাৰ্দাশিয়ান ১৫১ মিলিয়ন অনুগামীঃ আমেৰিকান মডেল তথা অভিনেত্ৰী কিম কাৰ্দাশিয়ানে চলিত বৰ্ষত ইনষ্টাগ্ৰামত অনুগামীৰ সংখ্যা যথেষ্ট বৃদ্ধি হয়। কিমৰ জনপ্ৰিয় অনুষ্ঠান ৰিয়েলিটি শ্ব “কিপিং আপ উুইথ কাৰ্দাশিয়ানছ” আৰু “ডেনসিং উুইথ দ্য়া ষ্টাৰ্চৰ” জৰিয়তে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়।

You might also like