নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ৩.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে অসম

নিয়মীয়া বাৰ্তা, ৩১ মেঃ পুনৰ ভূমিকম্পই জোকাৰিলে অসম। সোমবাৰে পুৱা প্ৰায় ৯.৫০ বজাত ৩.৮ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰিলে অসম।

নেচনেল চেণ্টাৰ ফৰ ছিছমোলজীৰ তথ্য মতে, ভূমিকম্পৰ উৎপত্তিস্থল আছিল তেজপুৰৰ পৰা ৪৪ কিলোমিটাৰ পশ্চিমে।

এইমূহুৰ্তলৈকে ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই।

You might also like