নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তানক স্তনপান কৰাই কৰাই ‘ৰেম্প ৱাক’, ভিডিঅ’ চেয়াৰ কৰিলে শুভশ্রীয়ে

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ মাতৃ হোৱাৰ পাছত নিজৰ গ্লেমাৰ হেৰুৱাই ওজন হ্ৰাস কৰোৱাক লৈ যিমান কটূ মন্তব্য কৰা নহওক কিয়, মাতৃত্বৰ যে অন্যধৰণৰ ব্যক্তিত্ব আছে, স্বাদ বা গোন্ধ আছে তাক এইবাৰ অভিনৱৰূপত প্ৰকাশ কৰিলে অভিনেত্ৰী শুভশ্রী গাংগুলীয়ে।

শেহতীয়াকৈ নিজৰ ইনষ্টাগ্রাম ষ্ট’ৰিত শুভশ্রীয়ে এটি ভিডিঅ’ চেয়াৰ কৰিছে। য’ত সন্তানক স্তনপান কৰাই কৰাই ৰেম্পত দেখা যায় এগৰাকী মডেলক। মাতৃ হোৱাৰ পাছত তেওঁ যে মাতৃত্বক নৱৰূপত প্রকাশ কৰিছে, সেয়া সুন্দৰকৈ স্পষ্ট হৈছে এই মডেলগৰাকীৰ ৰেম্প ৱাক দেখি।

 

লগতে পঢ়কঃ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আজি জন্মদিন, ৪৮ বছৰীয়া হ’ল জুবিন

You might also like