নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্ষয়ৰ পাছত এইবাৰ ক’ৰোনাত আক্রান্ত গোবিন্দা, কেনে আছে চুপাৰষ্টাৰগৰাকী?

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ  বলীউডত পুনৰ আন এজন তাৰকা ক’ভিডত আক্ৰান্ত হৈছে। এইবাৰ ক’ভিডত আক্ৰান্ত অভিনেতা গোবিন্দা। অভিনেতাজন বৰ্তমান হোম কোৱাৰেণ্টিনত আছে।

দেওবাৰে অভিনেতাজনৰ ফালৰ পৰা এটা বিবৃতিযোগে এই খবৰটো নিশ্চিত কৰা হয়। য’ত কোৱা হৈছে, “অত্যন্ত সাৱধান হোৱা স্বত্বেও, দুৰ্ভাগ্যবশতঃ গোবিন্দা ক’ভিদ ১৯ পজিটিভ পোৱা গৈছে। তেওঁৰ শৰীৰত ক’ভিডৰ সামান্য লক্ষণ আছে আৰু তেওঁ বৰ্তমান হোম কোৱাৰেণ্টিনত আছে।”

You might also like