নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্ৰান্ত মোহময়ী অভিনেত্ৰী কৃতী ছানন

নিয়মীয়া বাৰ্তা ৮ ডিচেম্বৰঃ বলীউডত পুনৰ ক’ৰোনা! এইবাৰ ক’ভিড ১৯ ত আক্রান্ত হৈছে বলীউড অভিনেত্রী কৃতী ছানন।

শেহতীয়াকৈ চণ্ডিগড়ৰ পৰা ঘূৰি আহিছিল কৃতী। ইয়াৰ পাছতে অভিনেত্রীগৰাকী ক’ভিডত আক্রান্ত হোৱাৰ খবৰ পোৱা যায়। জানিব পৰা মতে, অভিনেতা ৰাজকুমাৰ ৰাওৰ সৈতে চণ্ডিগড়ত শ্বুটিংত ব্যস্ত আছিল কৃতী। অৱশ্যে এই পৰ্যন্ত অভিনেত্রীগৰাকীয়ে এই বিষয়ে কোনো মন্তব্য কৰা নাই।

You might also like