নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন ভাইৰেল ফটো; ১৭ বছৰ বয়সত এইগৰাকী অভিনেত্ৰী দেখাত আছিল এনেকুৱা

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ বলীউডৰ প্ৰতিজন ছেলিব্ৰেটিয়েই সামাজিক মাধ্যমত অতি সক্ৰিয়। তাৰ ভিতৰত এগৰাকী হৈছে প্ৰিয়ংকা চোপ্ৰা। যিয়ে তেওঁৰ এখন পুৰণি ছবি শ্বেয়াৰ কৰিছে। এই ছবিখনত দেখা প্ৰিয়ংকাগৰাকী আছিল তেতিয়া ১৭ বছৰ বয়সৰ।

প্ৰিয়ংকাই এই ছবিখন তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। যাৰ পাছতে এতিয়া সৰ্বত্ৰ ছবিখন ভাইৰেল হৈ পৰিছে। অভিনেত্ৰী গৰাকীৰ অনুৰাগীসকলে তেওঁলোকৰ পছন্দ আৰু মন্তব্যৰ দ্বাৰা অত্যাধিক ভালপোৱা প্ৰদান কৰিছে।

ফটোখন শ্বেয়াৰ কৰি প্ৰিয়ংকাই ফটোত কেপশ্বনত লিখিছে “Verified Lean, mean and all of 17!!! #Unfinished. এই ফটোখনত প্ৰিয়ংকাই এটা বেল বটম জিনছৰ সৈতে জেকেট পিন্ধি থকা দেখিবলৈ পোৱা গৈছে। প্ৰিয়ংকাৰ মুখত এক সুদৃশ্য হাঁহিও দৃশ্যমান হৈছে।

You might also like