নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বুটিঙৰ মাজতে ব্রেন ষ্ট্ৰোক ‘আশ্বীকি’ অভিনেতা ৰাহুল ৰায়ৰ, ভর্তি হাস্পতালত

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ কাৰগিলত শ্বুটিং চলি থকাৰ মাজতে অভিনেতা ৰাহুল ৰায়ৰ ব্রেন ষ্ট্ৰোক হয়। পাছত মুম্বাইৰ নানাৱতী হাস্পতালত ভর্তি কৰা হৈছে ৰাহুল ৰায়ক।

বহুদিনৰ বিৰতিৰ পাছত ছবিত কাম কৰিছিল অভিনেতা ৰাহুল ৰায়ে। পৰিচালক নীতিন কুমাৰ গুপ্তাৰ আহিবলগীয়ে ছবি ‘এলঅ’চি- লাইভ দ্য বেটেল’ ছবিৰ শ্বুটিং চলি আছিল কাৰগিলত।

লগতে পঢ়কঃ ১ জানুৱাৰীৰ পৰা ৰাজ্যত খুলিব প্ৰাথমিক বিদ্যালয়সমূহ 

শ্বুটিং চলি থকাৰ মাজতে অসুস্থ বোধ কৰে অভিনেতা ৰাহুল ৰায়ে। ব্রেন ষ্ট্ৰোক হয় তেওঁৰ। কাৰগিলৰ প্ৰতিকূল বতৰৰ কাৰণে অসুস্থ হৈ পৰে তেওঁ। তাৰ পাছত প্রথমে তেওঁক শ্রীনগৰ আৰু তাৰপৰাই মুম্বাইলৈ অনা হয়।

You might also like