নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছালমানৰ দৰে এজন ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত

নিয়মীয়া বাৰ্তা ১৯ মেঃ  ছালমান খানৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি ৰাধে বিগত সপ্তাহত মুক্তি পাইছিল আৰু চলিত সপ্তাহত বেছিভাগ সময়ৰ বাবে ট্ৰেণ্ডিং হৈ আছে। এই সময়তে ৰাধে ছেটৰ পৰা অভিনেতা ছালমান খানৰ হবহু এজন লোকৰ ফটো খুব ছচিয়েল মিডিয়াত খুব ভাইৰেল হৈছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ছালমানৰ দৰে চিক্স পেকও আছে। এই লোকজনৰ নাম  পাৰভেজ কাজী।

পাৰভেজৰ ফটোবোৰ বৰ্তমান ছচিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ আছে। বহুলোকে পাৰভেজক ছালমান খানৰ সৈতে ছবিৰ ছেটত দেখা পাইছিল।

উল্লেখ্য যে পাৰভেজ এজন মডেল আৰু অভিনেতাও।

You might also like