নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুৰাগৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ প্রমাণিত হ’লে সকলো সম্পর্ক ছিন্ন কৰিমঃ তাপসী

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ চলচিত্র পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে অভিনেত্রী পায়েল ঘোষে তোলা যৌন নিৰ্যাতনৰ অভিযোগক লৈ দিনক দিনে চর্চা চলিছে। এইবাৰ পৰিচালকগৰাকীৰ সমর্থনত আগবাঢ়ি আহিছে অনুৰাগৰ ‘মনমর্জিয়া’ ছবিৰ অভিনেত্রী তাপসী পান্নু। তেওঁৰ মতে এই অভিযোগ সম্পূৰ্ণ মিছা।

আত্মবিশ্বাসৰ সৈতে তাপসীয়ে কয়, অনুৰাগৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ সত্য প্রমাণিত হ’লে তেওঁৰ সৈতে সকলো সম্পর্ক ছিন্ন কৰিম।

You might also like