মাজুলীৰ বালিচাপৰিত চলন্ত বাহনত অগ্নিকাণ্ড
- মাজুলীৰ বালিচাপৰিত সংঘটিত হৈছে চলন্ত বাহনত অগ্নিকাণ্ডৰ ঘটনা।
- দুগৰাকী আৰোহী নিজৰ ঘৰ অভিমুখে গৈ থকা অৱস্থাত যান্ত্ৰিক বিজুটিৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ড।
- অগ্নিকাণ্ডত কোনো আহত হোৱা নাই এই অগ্নিকাণ্ডত।
- AS 06 V 8472 নম্বৰৰ টাটা কোম্পানীৰ গাড়ীখনত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
- অগ্নিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় যদিও জুইৰ লেলিহান শিখাই গাড়ীখন আগুৰি ধৰে।
ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ