নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীৰ চৰকাৰ গঠনৰ সপোন, সপোন হৈয়েই থাকিবঃ অতুল বৰা

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ কংগ্ৰেছ-AIUDF আৰু নৱগঠিত AJP দলক লৈ পুনৰ সবৰ মন্ত্ৰী অতুল বৰা। তেওঁ কয় যে এই কথাবোৰ অসমবাসী ৰাইজে সেই লোকসকলৰ পৰা বহুবাৰ শুনিছে। সেইসকল লোকক যিসকলে সংগ দিছে যিয়েই উৎসাহিত কৰিছে সেইটো অতি উদ্বেগৰ বিষয়।

তেওঁলোকে ভাবিছে কংগ্ৰেছ-AIUDF আৰু তেওঁলোকৰ সৃষ্ট দলসমূহ লগ লাগি অহাবাৰ চৰকাৰ হ’ব আৰু তেওঁলোকে বহুত কাম কৰিব কিন্তু এইবোৰ সপোন হৈয়েই থাকিব বুলি মন্তব্য অতুল বৰাৰ।

You might also like