নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীৰ মাছৰ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

  • মৈৰাবাৰী বজাৰৰ মাছৰ বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড
  • জাবৰৰ দ’মৰ পৰা জুইৰ সূত্ৰপাত হয়
  • ১০খনতকৈ অধিক দোকান জুইত ভস্মীভূত হয়
  • হোটেল, গেলামাল, পাইকাৰী মাছৰ কাটাৰ লগতে মাছ-মঙহৰ দোকান জুইত জাহ যায়
  • প্ৰায় ১০ লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হয়
  • অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহনে বহু চেষ্টাৰ অন্তত জুই নির্বাপণ কৰিবলৈ সক্ষম হয়।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৬ অক্টোবৰ

You might also like