নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গ্রন্থমেলাত ড০ বিজয়কৃষ্ণ দলেৰ কাব্যপুথি উন্মোচন

গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত চলি থকা অসম গ্রন্থমেলাত অসম বুক ট্রাষ্টৰ বিপণীত কালি ড০ বিজয়কৃষ্ণ দলেৰ ‘ঔটেঙা আৰু ঢেঁকীয়াৰ কবিতা’ কাব্যপুথিখন উন্মোচন কৰা হয়৷

গ্রন্থখন উন্মোচন কৰে ডিব্রগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক, লেখক ড০ সত্যকাম বৰঠাকুৰে৷ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে নিয়মীয়া বার্তা কাকতৰ উপ-সম্পাদক প্রদীপ গগৈ, ড০ পৰেশ খনিকৰ, ড০ সৰুজ পেগু, নিতুল নেওগকে আদি কৰি বহু গণ্যমান্য ব্যক্তি৷

ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ :

You might also like