নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কভিড পৰিস্থিতিৰ বাবে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষা স্থগিত

নিয়মীয়া বাৰ্তা ৪ মেঃ ক’ভিড পৰিস্থিতিৰ বাবে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ পৰীক্ষাও স্থগিত ৰখা হৈছে। এক জাননী যোগে এই কথা প্ৰকাশ কৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । ক’ভিডৰ পৰিস্থিতিৰ বাবে স্থগিত কৰে উচ্চতম মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষা । পৰবৰ্তী জাননী প্ৰকাশ নকৰাৰ বাবে স্থগিত কৰে সংসদে । পৰিস্থিতি সুস্থিৰ হ’লে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব ।

 

You might also like