নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত পঞ্চভূতত বিলীন হাৰ্টথ্ৰব জুবিন গাৰ্গ, সৰ্বত্ৰ মায়াবিনী ৰাতিৰ বুকুত…

সোণাপুৰত পঞ্চভূতত বিলীন হাৰ্টথ্ৰব জুবিন গাৰ্গ

প্ৰিয় ড্ৰেগন সাজযোৰেৰে চিৰবিদায় জুবিনৰ

মুখাগ্নি কৰে ভগ্নী পমী, ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে

ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি জুবিনক

২১ জাঁই গান চেল্যুটেৰে দিব শেষ বিদায় হিয়াৰ আমঠুগৰাকীক।

স্বামীৰ চৰণ চুই শেষ বিদায় দিলে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে

মায়াবিনী ৰাতিৰ বুকুত গাই চিৰবিদায় সহস্ৰাধিক অনুৰাগীৰ

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মৰমৰ পুত্ৰক চিৰদিনৰ বাবে চিৰবিদায় জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰৰ

সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা টিলাত হিয়াৰ আমঠু জুবিন গাৰ্গক ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য, সমাধিস্থলীত সহস্ৰাধিক অনুৰাগীৰ ভিৰ

নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ ছেপ্টেম্বৰ

You might also like