ছাত্ৰীক যৌ*ন নিৰ্যাতনকাৰী মেজিক চালকক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও, উত্তপ্ত মৰিয়নি
- মৰিয়নি থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি।
- ছাত্ৰীক যৌন নিৰ্যাতনকাৰী মেজিক চালকক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও ৰাইজৰ।
- বিদ্যালয়লৈ অহা এগৰাকী ছাত্ৰীক চলন্ত অৱস্থাতে যৌন নিৰ্যাতন চলাইছিল মেজিক চালকে।
- ঘটনাৰ তিনি দিন উকলি যোৱা পাছতো আৰক্ষীয়ে সন্ধান উলিৱাত ব্যৰ্থ মেজিকখনৰ লগতে দোষী চালকগৰাকীৰ।
- ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত ৰাইজে মৰিয়নি থানা ঘেৰাও কৰে।
- মৰিয়নি থানা চাৰিআলিত পথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে।
নিয়মীয়া বাৰ্তা ডেস্ক, ৯ অক্টোবৰ