ধুবুৰীৰ নতুন জিলা আয়ুক্ত নৱদীপ পাঠক
অসমৰ ৰাজ্যপালে এক নিৰ্দেশযোগে ৰাজ্যৰ ১৪খন জিলাৰ জিলা আয়ুক্ত সালসলনি কৰাৰ সমান্তৰালকৈ ধুবুৰীৰ জিলা আয়ুক্ত দিৱাকৰ নাথকো বদলি কৰিছে।
সেই অনুসৰি, দিৱাকৰ নাথক বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত ৰূপে বদলি কৰাৰ বিপৰীতে বঙাইগাঁৱৰ জিলা আয়ুক্ত নৱদীপ পাঠকক ধুবুৰী জিলাৰ জিলা আয়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৫ ডিচেম্বৰ