নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দ্রৌপদী মুর্মুৰ মনোনয়নঃ উপস্থিত থাকিব ড০ হিমন্ত বিশ্ব শৰ্মা

বিশেষ বার্তা, ২৩ জুনঃ এন ডি এৰ ৰাষ্ট্রপতি পদৰ প্রার্থী দ্রৌপদী মুর্মুৱে আজি মনোনয়ন–পত্র দাখিল কৰিব৷ মনোনয়ন–পত্র দাখিলৰ সময়ত এন ডি এৰ সকলো নেতাৰ লগতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও উপস্থিত থাকিব৷ উল্লেখ্য যে কালি দিল্লীলৈ উৰা মাৰিছে ড০ শৰ্মাই৷ নতুন দিল্লীত উপস্থিত হৈ এন ডি এৰ ৰাষ্ট্রপতি পদৰ প্রার্থী দ্রৌপদী মুর্মুৰ মনোনয়ন–পত্রত স্বাক্ষৰ কৰে৷

You might also like