নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BTRৰ নিৰ্বাচনত এইবাৰ মানিব লাগিব এইকেইটা নিয়ম; চাওক নিয়মসমূহ…

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ সম্পূৰ্ণ ক’ভিড নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হ’ব এইবাৰৰ বিটিআৰৰ ভোটগণনা। প্ৰথমবাৰৰ বাবে বেলটবক্সৰ সৈতে ক’ভিড প্ৰতিৰোধৰ সা-সামগ্ৰী ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।

লগতে পঢ়কঃ ২০২০ বছৰটো অসমবাসীৰ বাবে জটিল বছৰঃ গৌৰৱ গগৈ

সেইদৰে ভোটাৰে মাস্ক পিন্ধি অহাটো হ’ব বাধ্যতামূলক। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত থাকিব চেনিটাইজাৰ, হাতধোৱা পানী, চাবোন ইত্যাদি।

প’লিং, প্ৰিজাইদিং বিষয়াসকলে মানিব লাগিব ক’ভিড প্ৰট’কল। ইফালে ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে আশাকৰ্মীসকলকো। প্ৰতিগৰাকী ভোটাৰৰ শৰীৰৰ তাপমাত্ৰা জুখিব আশাকৰ্মীসকলে।

You might also like