ডিজিটেল ডেস্ক, ২৪ মে’ : লাহৰীঘাটৰ ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী। যোৱানিশা ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বণিকৰ নেতৃত্বত অভিযানত ভকুৱামাৰী পামত ৬১ কেজি গাঞ্জা জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীটো বলৰাম হালদাৰ। বৰ্তমান ধৃত সৰবৰাহকাৰীটো আৰক্ষীৰ জিম্মাত আছে।
You might also like