ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। মাতৃ-পিতৃ বন্দনাৰ বাবে বিশেষ দিন ঘোষণা ৰাজ্য চৰকাৰৰ।
১৪ আৰু ১৫ নৱেম্বৰ চৰকাৰী কৰ্মচাৰীলৈ ‘মাতৃ-পিতৃ বন্দনা’ৰ বিশেষ ছুটী ঘোষণা ৰাজ্য চৰকাৰৰ।
১৬ নৱেম্বৰ দেওবাৰ। অৰ্থাৎ ৩ দিনৰ বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে।
প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব কৰ্মচাৰীয়ে। https://matripitrivandana.assam.gov.in.ত কৰিব পাৰিব আবেদন।
২০২২ বৰ্ষৰ পৰা আৰম্ভ হোৱা মাতৃ-পিতৃ বন্দনা আঁচনিৰ বাবে ৰাজ্যিক কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰা হৈছে।
মাতৃ-পিতৃ বন্দনাৰ বাবে বিশেষ দিনৰ ছুটী আবেদন কৰিবলৈ চৰকাৰী কৰ্মচাৰীয়ে ইয়াত আবেদন কৰক – Click Here
Niyomiya Barta Desk, 5 September