নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৫ এপ্রিল, ব’হাগ মাহৰ ১২ তাৰিখ
বৃহস্পতিবাৰ : তিথি– কৃষ্ণা প্রতিপদ, নক্ষত্র : বিশাখা, যাত্রা : নাই

মেষ : পৰিয়ালৰ ক্ষেত্রত শুভ৷ কোনো অশুভ সংবাদে মানসিক অশান্তি দিব৷ প্রেমত সাৱধান৷

বৃষ : ধৈর্যসহকাৰে কাম কৰিলে ভাল ফল পাব৷ আপোনাৰ সুযোগ লৈ কোনোবাই আপোনাৰ ক্ষতি কৰিব পাৰে৷

মিথুন : শিক্ষার্থীৰ শুভ৷ দুর্ঘটনাৰ সম্ভাৱনা৷ ব্যৱসায়ত নতুন পৰিচয় লাভ৷ কর্মত শুভ৷

কর্কট : ব্যৱসায়ীসকলৰ শুভ৷ বিদ্যার্থীৰ বাবে শুভ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷

সিংহ : পৰিয়ালৰ ক্ষেত্রত শুভ হ’লেও সন্তানৰ কাৰণে চিন্তা থাকিব৷ আয় বৃদ্ধিৰ সুযোগ৷

কন্যা : সঞ্চয় কৰিলে ভাল৷ ব্যৱসায়ী আৰু বিদ্যার্থীৰ বাবে শুভ৷ সন্তানৰ শুভ৷

তুলা : ৰাজনীতিবিদসকলৰ বিভিন্ন ধৰণৰ চিন্তা আহি পৰিব৷ চাকৰিয়ালে সু–সংবাদ পাব৷ প্রেমত অশান্তি৷

বৃশ্চিক : চাকৰিয়ালসকলৰ কর্তৃপক্ষৰ লগত মতবিৰোধ হ’ব পাৰে৷ বিদ্যার্থীৰ নতুন সুযোগ আহিব৷

ধনু : সাৱধানে চলা–ফিৰা কৰিব৷ দেহত আঘাতপ্রাপ্ত হোৱাৰ সম্ভাৱনা আছে৷ পুৰণি কোনো ৰোগ উপশম হোৱাৰ যোগ৷

মকৰ : আজি যিকোনো সমস্যাই দেখা দিব৷ ব্যৱসায়ীসকলৰ শুভ৷ প্রেমত মধ্যম৷

কুম্ভ : বিদ্যার্থীসকলৰ শুভ৷ বন্ধুৰ লগত মতবিৰোধ৷ ঘৰুৱা শুভ৷ দূৰ ভ্রমণৰ যোগ৷

মীন : বন্ধুৰ পৰা উপকৃত৷ প্রেমত অশান্তি৷ কাম–কাজত উৎসাহ পাব৷ শৰীৰৰ প্রতি যত্ন লওক৷

You might also like