নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UPSCৰ ৰিজাল্ট ঘোষণা : পঞ্চম স্থানত নগাঁৱৰ ময়ূৰ

বিশেষ বাৰ্তা, ২৩ মেঃ আজি ঘোষণা কৰা হল ইউ পি এছ চিৰ ৰিজাল্ট। ঘোষণা অনুসৰি দেশৰ ভিতৰত পঞ্চম স্থানত নগাঁৱৰ মিলনপুৰৰ ময়ূৰ হাজৰিকা। উল্লেখ্য যে ২০১৩ চনত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো স্থান লাভ কৰিছিল। ২০১৫ চনত উচ্চতৰ মাধ্যমিকতো স্থান লাভ কৰিছিল। ময়ূৰৰ এই সফলতাত আনন্দিত অসমবাসী।

You might also like