বৰ্ষাপাৰাত আজি জয়ৰ হেটট্রিকৰ লক্ষ্যৰে মুম্বাইৰ সন্মুখত ৰাজস্থান ৰয়েলছ
ডিজিটেল ডেস্ক, ৭ এপ্রিল : চলিত আইপিএলত একেৰাহে দুখন মেচত জয়েৰে আত্মবিশ্বাসী হৈ থকা ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে জয়ৰ হেটট্রিক অর্জনৰ লক্ষ্যৰে আজি ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীত অনুষ্ঠিত প্রথমখন মেচত…