নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিণিকি ভূঞা শৰ্মাৰ ভুৱা পাছপোৰ্ট বিতৰ্ক : কংগ্ৰেছৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভ-সমালোচনা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত ভুৱা পাছপোৰ্ট তৈয়াৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। কংগ্ৰেছৰ বিৰুদ্ধে পাকিস্তানৰ সহায়ত অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন…

AI-ৰ ব্যৱহাৰেৰে ৰিণিকি ভূঞা শৰ্মাৰ নামত জাল পাছপোৰ্ট! মুখ্যমন্ত্ৰীৰ বিস্ফোৰক দাবী

অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰিছে যে কংগ্ৰেছ দলে পাকিস্তানী ছ’চিয়েল মিডিয়া গোটৰ পৰা তথ্য সংগ্ৰহ কৰি কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত ভুৱা পাছপোৰ্ট সৃষ্টি কৰিছে। অসমৰ…

তেজপুৰত ভোটাৰ সজাগতা বৃদ্ধিৰ বাবে চাইকেল ৰেলী

বিশেষ বাৰ্তা তেজপুৰ, ৬ এপ্ৰিল : অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে চলি থকা প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচকৰ অংশগ্ৰহণ (SVEEP) পদক্ষেপৰ অংশ হিচাপে আজি পুৱা শোণিতপুৰৰ SVEEP কোষৰ উদ্যোগত নিৰ্বাচনী অংশগ্ৰহণ আৰু ভোটাৰ সজাগতা বৃদ্ধিৰ বাবে এক চাইকেল…

পৱন খেড়াৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিলে ৰিণিকি ভূঞা শৰ্মাই

ডিজিটেল ডেস্ক, ৬ এপ্ৰিল : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াই অনা অভিযোগ সন্দৰ্ভত দেওবাৰে নিশা ১২.৩০ বজাত ক্ৰাইম ব্ৰাঞ্চত পৱন খেড়াৰ বিৰুদ্ধে গোচৰ তৰে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই। উল্লেখ্য যে ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে তিনিখন দেশৰ…

‘এনডিএ আৰু উন্নয়ন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি’, ​বোকাখাতৰ চুকে-কোণে প্ৰচাৰ অতুল বৰাৰ

নিয়মীয়া বাৰ্তা, মহুৰামুখ, ৬ এপ্ৰিল : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ১০৫নং বোকাখাত বিধানসভা সমষ্টিত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰে এক সুকীয়া গতি লাভ কৰিছে। সমষ্টিটোৰ চুকে-কোণে দিন-ৰাতি একাকাৰ কৰি প্ৰচাৰ অভিযান…

ৰূপহীহাটৰ কাঠপাৰাত ৰাইজৰ প্ৰহাৰত দুই ডকাইতৰ মৃত্যু, আহত ২

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৬ এপ্ৰিল : ৰূপহীহাটৰ ১নং কাঠপাৰাত যোৱানিশা ৰাইজৰ প্ৰহাৰত মৃত্যু হয় দুই ডকাইতৰ। ৰাইজৰ প্ৰহাৰত মৃত্যু হোৱা ডকাইত দুজনৰ এজনৰ নাম চফি উল্লাহ আৰু আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। আহত ডকাইত দুজন হ'ল কদমগুৰিৰ ইমানুল হক আৰু…

ব্ৰহ্মপুত্ৰত ভয়ানক নাও দুৰ্ঘটনা, সন্ধানহীন ৩, কথমপি প্ৰাণৰক্ষা ১৭জনৰ

ডিজিটেল ডেস্ক, ৬ মাৰ্চ : ব্ৰক্ষ্মপুত্ৰ নদীত নাও দুৰ্ঘটনা হৈ সন্ধানহীন হৈ আছে তিনিজনকৈ লোক। মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰিৰ ভজাখাইতী ঘাটত সংঘটিত হয় এই নাও দুৰ্ঘটনা। আজি দিনৰ ১১ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনা।…

সৰুপথাৰৰ বিজেপি প্রাৰ্থী বিশ্বজিৎ‍ ফুকনৰ বাসগৃহলৈ গ্রেনেড নিক্ষেপ

🔹 সৰুপথাৰ সমষ্টিৰ বিজেপি প্রাৰ্থী বিশ্বজিৎ ফুকনৰ চাংপুলস্থিত বাসগৃহত গ্ৰেনেড নিক্ষেপ। 🔹 কথমপি বিস্ফোৰিত নহ'ল গ্ৰেনেডটো । 🔹 ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । 🔹 চিমেণ্টৰ বস্তাৰে ঢাকি দিয়া হৈছে গ্ৰেনেডটো। 🔹 নিৰ্বাচনৰ…

ঢকুৱাখনাত ফাটবিহু সমিতিৰ বিহু কৰ্মশালা, তিনি শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৬ এপ্ৰিল : বসন্তৰ পৰশেৰে মনমোহা প্ৰকৃতিৰ বুকুত এতিয়া অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যৰ চৌদিশে মধুৰ আলোড়ন । ৰাজ্যৰ চৌদিশে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে…

এইবাৰ কলকাতা পর্যন্ত আক্রমণৰ হুমকি পাকিস্তানৰ

ডিজিটেল ডেস্ক, ৬ এপ্রিল : ভৱিষ্যতে যদি ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ মাজত কোনো সংঘাত হয় তেনেহ’লে সেয়া আৰু সীমান্ততে সীমাবদ্ধ হৈ নাথাকিব৷ ভাৰতৰ অভ্যন্তৰলৈ সি বিয়পি পৰিব৷ এইবাৰ আক্রমণ কলকাতা পর্যন্ত পাবগৈ৷ পেহেলগাম কাণ্ডৰ বর্ষপূর্তিৰ পূর্বে…