নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধৰ ক’লীয়া ডাৱৰ কেতিয়ালৈ ? মুখ খুলিলে আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পে

ডিজিটেল ডেস্ক, ৭ মার্চ : সপ্তম দিনাও যুদ্ধৰ ক’লীয়া ডাৱৰে ছানি আছে সমগ্র মধ্যপ্রাচ্য৷ আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে ইৰানৰ ওপৰত চলোৱা আক্রমণৰ পিছৰে পৰা উত্তপ্ত হৈ পৰিছে সমগ্র মধ্যপ্রাচ্য৷ পশ্চিম এছিয়াৰ দেশখনত যুটীয়া বাহিনীয়ে চলোৱা…

বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে এইচ–৩ এন–২ ইনফ্লুৱেঞ্জাৰ সংক্রমণ

নিউজ ডেস্ক, ৭ মার্চ : বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে এইচ–৩ এন–২ ইনফ্লুৱেঞ্জাৰ সংক্রমণ৷ এই ইনফ্লুৱেঞ্জাত সাধাৰণ ফ্লুৰ তুলনাত বহু বেছি অশান্তি ভোগ কৰিবলগীয়া হয়৷ এনে পৰিস্থিতিত ফ্লুৰ টিকাৰ নতুন সংস্কৰণত এইচ–৩ এন–২ক লক্ষ্য কৰি নির্দিষ্ট ষ্ট্রেইন…

বিজনীত তিনিখনকৈ দূৰণিবটীয়া ৰে’লৰ ষ্ট’পেজ, উৎফুল্লিত বিজনীবাসী

ডিজিটেল ডেস্ক, ৭ মাৰ্চ : চিৰাং জিলাৰ বিজনী ৰে'ল ষ্টেচনত তিনিখনকৈ দূৰণিবটীয়া ৰে'লৰ ষ্ট'পেজ অনুমোদন হোৱাত আনন্দৰ জোৱাৰ উঠিছে সমগ্ৰ বিজনী অঞ্চলত। আজিৰে পৰা বিজনী ৰে'ল ষ্টেচনত কামৰূপ এক্সপ্ৰেছ ৰে'লৰো আনুষ্ঠানিকভাৱে ষ্ট'পেজ আৰম্ভ হ’ল। এই…

বক্সিৰহাটত অসম অভিমুখী ট্ৰাকৰ পৰা ১৬টাকৈ গো-ধন উদ্ধাৰ, আটক ট্ৰাকচালক

শনিবাৰে নিশা ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াৰ সমীপৱৰ্তী পশ্চিমবংগৰ বক্সিৰহাটত এখন ট্ৰাকৰ পৰা আৰক্ষীয় ১৬টাকৈ গো-ধন উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, বক্সিৰহাটৰ সূৰ্য সেন মোৰত অসম অভিমুখী এএছ-০১টিচি-৬২৩০ নম্বৰৰ ট্ৰাক…

চৰাইদেউত হস্তনির্মিত বন্দুকসহ চাৰি দুর্বৃত্তক আটক

চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী চিংলপথাৰ টঙীয়া গাঁৱত শুকুৰবাৰে চাৰিটা হস্তনির্মিত বন্দুকসহ চাৰিটা দুর্বৃত্তক আটক কৰা হয়। আটকাধীন দুর্বৃত্তকেইটা হৈছে টঙীয়া গাঁৱৰ চিনা তাঁতী, অজয় তাঁতী, চুক্ষৰা মুণ্ডা আৰু…

মধ্যপ্ৰাচ্যত যুদ্ধ ! মাজনিশাৰ পৰা বৃদ্ধি পালে এলপিজি চিলিণ্ডাৰৰ মূল্য

ডিজিটেল ডেস্ক, ৭ মাৰ্চ : দেশজুৰি পুনৰ বৃদ্ধি পালে এলপিজি চিলিণ্ডাৰৰ মূল্য। মধ্যপ্ৰাচ্যত অব্যাহত থকা উত্তেজনাৰ মাজতে সাধাৰণ লোকৰ মূৰত মাধমাৰ শোধাই বৃদ্ধি পালে ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। নতুন সিদ্ধান্ত অনুসৰি ঘৰুৱা এল পি জি…

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰী অগপত গৃহকন্দল, গোপনে নতুন সমিতি গঠনক লৈ প্ৰতিক্ৰিয়া

সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন। কিন্তু তাৰ পূৰ্বে ধুবুৰীত অসম গণ পৰিষদ (অগপ) দলৰ ভিতৰছোৱাত একাংশৰ মাজত তীব্ৰ অৰিয়াঅৰিৰ সূত্ৰপাত ঘটা বুলি জানিব পৰা গৈছে। দৰাচলতে অগপৰ ধুবুৰী বিধানসভা সমষ্টি সমিতিৰ এখন নতুন কমিটী গঠন কৰাক কেন্দ্ৰ কৰি সৃষ্টি…

ভাৰত মহাসাগৰলৈ পুনৰ যুদ্ধ জাহাজ প্রেৰণ ইৰানৰ, ভাৰততো যুদ্ধৰ আঁচোৰ !

ডিজিটেল ডেস্ক, ৭ মার্চ : ভাৰত মহাসাগৰত মার্কিন আক্রমণত ইৰানৰ যুদ্ধ জাহাজ ডেনা ধ্বংস হোৱাৰ পিছতে এলেকাটোলৈ পুনৰ আহিছে ইৰানৰ আন এখন যুদ্ধ জাহাজ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে ভাৰত মহাসাগৰত থকা শ্রীলংকাৰ এটা বন্দৰত লংগৰ পেলাইছে আইআৰআইএনএছ…

‘শেষ বিন্দু তেজ থকালৈকে যুঁজ দিম’, আমেৰিকাৰ ওচৰত শিৰনত নকৰাৰ হুংকাৰ ইৰানৰ

ডিজিটেল ডেস্ক, ৭ মার্চ : ‘নিৰস্ত্র’ ইৰানী যুদ্ধ জাহাজৰ ওপৰত মার্কিন আক্রমণক তীব্র নিন্দা কৰে ইৰানে৷ দেশখনে দাবী কৰে যে আন্তঃৰাষ্ট্রীয় আইন উলংঘা কৰি এই আক্রমণ চলোৱা হৈছে৷ ইৰানৰ উপ–বিদেশমন্ত্রী ছয়িদ খাটিবজাদেহে মন্তব্য কৰে যে আক্রমণকাৰীৰ…

সম্পাদকীয় : যুদ্ধ অর্থনীতি

দুদিন আগৰ দৃশ্য ৷ সমগ্র দেশ হোলীৰ আনন্দত মতলীয়া৷ কি মহানগৰ, কি নগৰ, কি গাঁও- লক্ষ লক্ষ মানুহে আবিৰৰ ৰং সানি হোলীৰ আনন্দত বিলীন হৈ গৈছে৷ দিনত যদি ফাকুৱাৰ ৰঙেৰে দেহা ধুইছে, তেন্তে নিশা উচ্ছল পার্টীত নিজকে উটুৱাই দিছে৷ কেৱল হোলীয়েইনে? বিশ্বকাপ…