নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

ডিজিটেল ডেস্ক, ২০ ফেব্ৰুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত দেখা গৈছে নিৰ্বাচনকেন্দ্ৰিক…

মালিবাৰী সত্ৰত চোৰৰ তাণ্ডৱ, একেনিশাই পাঁচটাকৈ বৈদ্যুতিক পানী পাম্প চুৰি

কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ আৰু মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মালিবাৰী সত্ৰ গাঁৱৰ পথাৰত চাঞ্চল্যকৰ চুৰিকাণ্ড | একে নিশাই চোৰে লৈ গ’ল খেতিত পানী দিয়া ৫টাকৈ বৈদ্যুতিক মটৰ। পথাৰত জলসিঞ্চনৰ বাবে স্থাপন কৰা পানীৰ পাম্পবোৰ নোহোৱা হোৱাত সংশ্লিষ্ট…

শীঘ্রে সাগৰলৈ ভাৰতৰ তৃতীয় পাৰমাণৱিক ছাবমেৰিন ‘অৰিদমন’

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : আৰু মাথোঁ দুটা মাহ৷ তাৰ মাজতেই সমুদ্রৰ পানীত ভাসমান হ’ব ভাৰতৰ তৃতীয় পাৰমাণৱিক ছাবমেৰিন ‘অৰিদমন’৷ ধাৰণা কৰা হৈছে যে সম্প্রতি ভাৰত মহাসাগৰত যিদৰে চীনৰ নিৰীক্ষণ আৰম্ভ হৈছে তাৰ পোনপটীয়া উত্তৰ হ’বলৈ ওলাইছে এই…

মানকাচৰত আৰক্ষীৰ অভিযানত হেৰ’ইনসহ যুৱক আটক

মানকাচৰৰ কালাপানী আৰক্ষীৰ এক সফল অভিযানত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰা হৈছে। এক গোপন সূত্ৰৰ পম খেদি কালাপানী আৰক্ষী চকীৰ আৰক্ষীৰ দল এটাই নিশা বাঘাপাৰাৰ পৰা সাদুল্লাবাৰী অভিমুখে গৈ থকা অৱস্থাত এজন বাইক আৰোহীক বাধা দিয়ে আৰু তালাচী চলায়।…

আন এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ ভাৰত-ইজৰাইলৰ

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : চলিত মাহৰ শেষৰফালে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রস্তাৱিত ইজৰাইল ভ্রমণৰ পূর্বে দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হয় এখন বুজাবুজি চুক্তি৷ ভৱিষ্যতৰ আলোচনা আৰু সহযোগিতামূলক প্রয়াসকে ধৰি চলিত যুটীয়া কার্যকলাপ শক্তিশালী…

প্ৰধানমন্ত্ৰী মোদীয়ে ইছলাম ধৰ্মাৱলম্বী লোকলৈ জনালে ৰমজানৰ শুভেচ্ছা

ডিজিটেল ডেস্ক, ২০ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰমজান উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ জনালে শুভেচ্ছা । বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰমজান উপলক্ষে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কয়- এই পৱিত্ৰ মাহটোৱে সমাজত…

হাৰিভাঙাত শ শ বিঘা মাটিত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ ইটাভাতা

কামৰূপ জিলা প্ৰশাসনৰ বকো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন এলেকাত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণোদ্যমে চলিছে অবৈধ বাংলা ইটাভাতাৰ ৰমৰমীয়া ব্যৱসায়। প্ৰত্যক্ষ কৰা মতে; বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ঘিলাবাৰী, হাৰিভাংগা, পদ্মপুৰ আদি…

আগৰ দৰেই ৰাছিয়াৰ পৰা তেল কিনিছে ভাৰতে

নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : ৰাছিয়াৰ পৰা তেল নিকিনিবলৈ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভাৰতৰ ওপৰত বৃহৎ চাপ সৃষ্টি কৰিলেও ৰাছিয়াৰ পৰা তেল ক্রয় কৰাটো মুঠেও কমোৱা নাই ভাৰতে৷ সাংবাদিকৰ মুখামুখি হৈ ৰাছিয়াৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র মাৰিয়া জাখাৰোভাই…

সম্পাদকীয় : কৃত্রিম বুদ্ধিমত্তা

সাম্প্রতিক বিশ্বৰ প্রযুক্তিৰ জগতখনত এবিধ চমৎকাৰ সংযোজন হ’ল কৃত্রিম বুদ্ধিমত্তা বা আর্টিফিচিয়েল ইণ্টেলিজেঞ্চ চমুকৈ এআই৷ আমাৰ জীৱনৰ প্রায় সকলো ক্ষেত্রতেই এতিয়া এই কৃত্রিম বুদ্ধিমত্তাৰ আধিপত্য৷ আধিপত্য বুলি এইবাবেই ক’ব পাৰি যে আমি সকলোৱেই…

২০ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ ফেব্রুৱাৰী, ফাগুন মাহৰ ৭ তাৰিখ শুকুৰবাৰ : তিথি– শুক্লা তৃতীয়া, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : শুভ মেষ : ৰাতিপুৱা ভালেই যাব যদিও আবেলিৰ ভাগত কর্মক্ষেত্রত সহযোগীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে৷ ঘৰুৱাত উন্নতি৷ শুভ ৰং কমলা৷ বৃষ :…