নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধাৰ কার্ডত নাথাকিব নাম–ঠিকনা-জন্মৰ তাৰিখ, নতুন mAdhar এপ প্রৱর্তন কেন্দ্রীয় চৰকাৰৰ

নিউজ ডেস্ক, ১৯ ফেব্রুৱাৰী : এইবাৰ আমূল পৰিৱর্তন হ’ব আধাৰ কার্ডৰ৷ নতুন আধাৰ এপ প্রৱর্তনৰ পিছতে UIDAI-এ এইবাৰ আধাৰ কার্ডৰ সালসলনি কৰাৰ কথা চিন্তা কৰিছে৷ জানিব পৰা মতে, নতুনকৈ প্রৱর্তন কৰিবলগীয়া আধাৰ কার্ডত নাম, ঠিকনা, জন্ম তাৰিখ আৰু ১২…

খৰাং… পথাৰতে লেৰেলি শুকাইছে কৃষকৰ ৰবিশস্য

প্রচণ্ড খৰাঙৰ কবলত পৰিছে সমগ্র লখিমপুৰ জিলা৷ বিগত অক্টোবৰ মাহৰ পৰাই বৰষুণ নোহোৱাৰ ফলত এতিয়া সমগ্র জিলাখনৰ চৌদিশে এক মৰুসদৃশ পৰিৱেশ বিৰাজ কৰিছে৷ যাৰ ফলত অধিকাংশ কৃষিৰ ওপৰত নির্ভৰশীল লখিমপুৰ জিলাৰ সর্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ…

অষ্ট্রেলিয়াত টালি–টোপোলা লৈ প্ৰায় ১৫ ঘণ্টা ৰাজপথত কটালে পাক খেলুৱৈয়ে

📌 পাক হকী ফেডাৰেচনে পৰিশোধ কৰা নাছিল হোটেলৰ বিল নিউজ ডেস্ক, ১৯ ফেব্রুৱাৰী : পকেটত পইচা নাই৷ তথাপি পাকিস্তানৰ হকী দলটোৱে এখন টুর্নামেণ্ট খেলিবলৈ বিদেশলৈ গৈছিল৷ কিন্তু ধন দিব নোৱাৰাৰ বাবে হোটেলত বাচন–বর্তন মাজিবলগীয়া হৈছিল পাকিস্তানৰ…

আজিৰে পৰা ৰমজানৰ পৱিত্র ৰোজা

📌 ৰাজ্যবাসীলৈ কেন্দ্রীয় হিলাল কমিটীৰ শুভেচ্ছা ডিজিটেল ডেস্ক, ১৯ ফেব্রুৱাৰী : আজিৰ পৰা সমগ্র দেশৰ লগতে অসমতো ইছলাম ধর্মাৱলম্বী লোকে পালন কৰিব ৰমজানৰ ৰোজা৷ ৰমজানৰ ৰোজা উপলক্ষে ইছলাম ধর্মাৱলম্বী লোকসকলে সম্পূর্ণ এমাহ উপবাসে থাকি পৰম কৰুণাময়…

সম্পাদকীয় : অনুশাসনহীনতা

জীৱনত মাথোঁ গতিয়ে কৰিছোঁ নে জীৱন এটা উদ্দেশ্যহীনভাৱে স্তব্ধ কৰি পেলাবলৈ যত্ন কৰিছোঁ, কথাবোৰ বিশ্লেষণ কৰি চোৱাৰ প্রয়োজন হৈছে৷ আমি বহুতে চাৰিআলিত থিয় হৈ যিবোৰ কথা আলোচনা কৰোঁ, এই কথাবোৰে দেশৰ প্রগতিৰ ক্ষেত্রত সহায় কৰিব নে নিজৰ বৌদ্ধিক…

১৯ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ ফেব্রুৱাৰী, ফাগুন মাহৰ ৬ তাৰিখ বৃহস্পতিবাৰ : তিথি– শুক্লা দ্বিতীয়া, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : মধ্যম মেষ : প্রায়বোৰ কথাত মন নিদিয়াই ভাল৷ মূল কথাৰ প্রতি সজাগ থকা ভাল৷ দিনৰ শেষ ভাগত কোনোৱে নতুন সংবাদ পাব পাৰে। শুভ ৰং বগা৷ শুভ…

মৰিগাঁও জিলা বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচন সভা সম্পন্ন, পীযূষ-ৰমাকান্তক সমৰ্থন দলীয় কৰ্মীৰ

আসন্ন নিৰ্বাচনত জাগীৰোড সমষ্টিৰ অবিসম্বাদী নেতা বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী পীযূষ হাজৰিকা সৰ্বসন্মত প্ৰাৰ্থী হিচাপে প্ৰস্তাৱিত হৈছে। আনহাতেদি মৰিগাঁও সমষ্টিত বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৬৮জন কাৰ্যকতাৰ ভিতৰত ৬৫জনৰ গজগজীয়া সমৰ্থন লাভ…

৭৪ বছৰীয়া ইতিহাসত প্ৰথম : এটা পৰ্যায়ত অসমত বিধানসভা নিৰ্বাচন!

অসমৰ ৭৪ বছৰীয়া নিৰ্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে এটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৩ এপ্ৰিলৰ পৰা ৭ এপ্ৰিলৰ ভিতৰত কোনোবা এটা দিনত ১২৬ আসন বিশিষ্ট ষোড়শ বিধানসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব পাৰে বুলি নিৰ্বচন আয়োগৰ এক…

কাজিৰঙাত পৰ্যটকৰ অভূতপূৰ্ব ধল, ভংগ পূৰ্বৰ সকলো অভিলেখ

এইবাৰ পৰ্যটকৰ আগমনে নতুন ইতিহাস ৰচিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। ২০২৫-২৬ পৰ্যটন বৰ্ষত এতিয়ালৈকে প্ৰায় ৩.৫০ লাখ দেশী-বিদেশী পৰ্যটকে উদ্যানখন দৰ্শন কৰিছে বুলি বন বিভাগৰ সূত্ৰে প্ৰকাশ পাইছে। বিশেষকৈ জীপ ছাফাৰীৰ জৰিয়তে দেশী-বিদেশী…

আইচিচি টি-২০ ৰেংকিং : টপ-১০ত ঈশান কিষাণ, অক্ষুণ্ণ অভিষেক

আইচিচিয়ে আজি বুধবাৰ (১৮ ফেব্ৰুৱাৰী) ৰেংকিং আপডেট প্ৰকাশ কৰিছে, য’ত ঈশান কিষাণে টপ-১০ত প্ৰৱেশ কৰিছে। পাকিস্তানৰ বিৰুদ্ধে ৪০ বলত ৭৭ ৰানৰ দৰ্শনীয় ইনিংছ খেলাৰ লগতে পূৰ্বৰ খেলখনত নামিবিয়াৰ বিৰুদ্ধেও অৰ্ধশতক অৰ্জন কৰিছিল ঈশানে। ফলস্বৰূপে তেওঁ…