মালিবাৰী সত্ৰ বৰবাহাত ভয়াৱহ অগ্নিকাণ্ড
কামৰূপৰ নগৰবেৰা মালিবাৰী সত্ৰ বৰবাহা গাঁৱত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় | জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটি বাসগৃহ | বৰবাহাৰ জামালুদ্দিনৰ ঘৰত নিশা এই অগ্নিকাণ্ড সংঘটিত হয় |
শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে…