নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ সোনাইত বোৱাৰীৰ ৰহস্যজনক মৃত্যু, স্বামীক গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : কাছাৰৰ সোনাইত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালে । অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী…

আজিৰে পৰা ৫২সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা মহোৎসৱ আৰম্ভ

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : আজি বাথৌ পূজা। অসমৰ অন্যতম জনজাতি বড়োসকলৰ পবিত্ৰ উৎসৱ এই বাথৌ পূজা। বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত ১০ দিনীয়াকৈ আয়োজন কৰা হৈছে ৫২ সংখ্যক কেন্দ্ৰীয় বাথৌ পূজা আৰু মেলা।…

১৭সংখ্যক বৰহোলা গ্ৰন্থমেলাৰ ছদিনীয়া কাৰ্যসূচীৰ সামৰণি

তিতাবৰৰ বৰহোলাত ছদিনীয় বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সপ্তদশ বাৰ্ষিক বৰহোলা গ্ৰন্থমেলাৰ ২৬ জানুৱাৰীৰ সন্ধিয়া সফলতাৰে সামৰণি পৰে। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ উদ্যোগত, বৰহোলা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ…

কংগ্ৰেছৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থিত্বপ্ৰত্যাশী…

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : কংগ্ৰেছৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থিত্বপ্ৰত্যাশী। স্থলপথৰ পৰিৱৰ্তে জলপথেৰে ৰাজীৱ ভৱনলৈ যাত্ৰা প্ৰাৰ্থিত্বপ্ৰত্যাশীগৰাকীৰ। দুটাকৈ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ…

নিশা দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, ডিভাইডাৰত খুন্দা তীব্ৰবেগী বাইকৰ

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : নিশা দেৰগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন। তীব্ৰবেগী বাইক এখনে ডিভাইডাৰত খুন্দা মৰাত থিতাতে নিহত হয় বাইক আৰোহী এজন। গণৰাজ্য দিৱসৰ দিনাই নিশা দেৰগাঁও লাহতি চাৰিআলিৰ গেছ…

জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাত্ৰ ৯ দিন

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : ৬ ফেব্ৰুৱাৰীৰ পৰা জামুগুৰিহাটত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন৷ যাৰ বাবে উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে অধিৱশনথলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত৷ প্ৰতিখন উপ-সমিতি ব্যস্ত হৈ পৰাৰ লগতে…

নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি আটক আশী বছৰীয়া বৃদ্ধ

বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : আশী বছৰীয়া বৃদ্ধ আৰু নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়। ছিটৰ তলত গাড়ীৰ বডী কাটি বেলেগকৈ চেম্বাৰ বনাই ড্ৰাগছ সৰবৰাহ এজন বৃদ্ধৰ। ড্ৰাগছ সৰবৰাহকাৰী বৃদ্ধৰ নাম নৰেন দত্ত। মণিপুৰৰ পৰা WB-52X-2363 নম্বৰৰ গাড়ী চলাই ড্ৰাগছ সৰবৰাহ…

২৭ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ জানুৱাৰী, মাঘ মাহৰ ১৪ তাৰিখ, মঙলবাৰ মেষ : প্রত্যক্ষভাৱে কার্য সিদ্ধি৷ ব্যৱসায়ত উন্নতি, ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা৷ ভ্রমণ কৰোঁতে গণেশৰ নাম স্মৰণ কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷ বৃষ : পৰিশ্রম বৃদ্ধি। অর্থ লাভ৷ ভ্রমণত শুভ৷…

সম্পাদকীয় : ভার্চুৱেল শৈশৱ

শৈশৱ মানেই এখন ৰঙীন পৃথিৱী৷ নির্দোষ ধেমালিৰে ভৰা আনন্দোচ্ছল সময়৷ জীৱনৰ কোনো জটিলতাই চুব নোৱৰা সৰলতাৰে ভৰা এছোৱা সময়৷ এই সময়ছোৱাতেই গঢ় লয় মানুহৰ জীৱনৰ বুনিয়াদ৷ ভেটি মজবুত নহ’লে যিদৰে কোনো এটা সৌধৰ স্থায়িত্বৰ ব্যাপ্তি দীঘলীয়া নহয়, ঠিক…

২৬ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ জানুৱাৰী, মাঘ মাহৰ ১২ তাৰিখ, সোমবাৰ মেষ : কর্মস্থানত মধ্যম৷ বিদ্যাত শুভ। দূৰ ভ্রমণৰ যোগ আছে৷ দাম্পত্যত শুভ৷ ঘৰ–বাৰী পৰিকল্পনাত উপকৃত হ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷ বৃষ : কোনো সংবাদে মানসিক অশান্তি বৃদ্ধি কৰিব পাৰে৷ শিৱ মন্দিৰ দর্শন…