২২ ডিচেম্বৰত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ
অহা ২২ ডিচেম্বৰত অনুষ্ঠিত হ'ৱ আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰ স্বৰূপ সৰ্থেবাৰীৰ নসত্ৰস্থিত কৃষ্ণ গুৰু সেৱাশ্ৰমৰ তত্বাৱধানত গঢ় লৈ উঠা কৃষ্ণ গুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ।কৃষ্ণ গুৰু সেৱাশ্ৰমৰ আধ্যাত্মিক গুৰু কৃষ্ণগুৰু…