২০২৬ৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত BPF-ৰ গুৰুত্বপূৰ্ণ মন্তব্য
২০২৬চনৰ বিধান সভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নহয়। গহপুৰত বিপিএফৰ বিজয় উৎসৱত এই কথা স্পষ্ট কৰি দিলে বিটিচি ডেপুটী চীফ তথা বিপিএফৰ জেষ্ঠ নেতা ৰিহন দৈমাৰীয়ে।
তেওঁ লগতে কয় বিটিচিৰ উন্নয়নৰ বাবে যিটো দলে বিধানসভাত সংখ্যা গৰিষ্ঠতা লাভ কৰিব,…