নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমাগত বিধানসভা নিৰ্বাচন : মুখ্য়মন্ত্ৰীয়ে দিলে ডাঙৰ বাৰ্তা… সৰ্বত্ৰ উছাহ

বিধানসভা নির্বাচনক লৈ প্রস্তুতি সম্পূর্ণ কৰি তোলা বিজেপিয়ে এইবাৰ নতুন মুখক অগ্রাধিকাৰ দিব৷ ২০২৬ৰ বিধানসভা নির্বাচনক লৈ যথেষ্ট সক্রিয় হৈ পৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা স্পষ্ট কৰিলে৷ তৃণমূল পর্যায়ত নির্বাচনক লৈ ৰাজ্যিক…

সন্ত্রাসবাদ মানৱতাৰ মূল্যবোধত আক্রমণ, কান্ধত কান্ধ মিলাই পাকিস্তানক সকীয়নি মোদী–পুটিনৰ

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : সন্ত্রাসবাদৰ পৃষ্ঠপোষক হিচাপে সমগ্র বিশ্বতে চিহ্ণিত হৈ পৰা চিৰবৈৰী ৰাষ্ট্র পাকিস্তানক কান্ধত কান্ধ মিলাই কার্যতঃ চৰম সকীয়নি দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ দুদিনীয়া…

Zubben Garg-ৰ মৃত্যু কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ প্ৰতিশ্ৰুতি— “জুবিনে ন্যায় পাবই!”

Zubben Garg-ৰ মৃত্যুৰ তদন্ত চলাই থকা বিশেষ তদন্তকাৰী গোট (SIT)–এ চাৰে তিনি হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিব৷ এই তথ্য প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মাধ্যমৰ আগত এই তথ্য দাঙি ধৰি তেওঁ কয়– জুবিন গার্গে ন্যায় পাবই৷…

অখিল গগৈৰ মন্তব্যক লৈ চাহ জনজাতিৰ প্ৰচণ্ড খং, উত্তেজনা

দীর্ঘদিনৰ মূৰত চাহ বাগিচাৰ ৰাইজে লাভ কৰিব বাগিচাৰ লাইনৰ ভূমিপট্টা৷ ৰাজ্য চৰকাৰে ‘দ্য আছাম ফিক্সেচন অৱ চিলিং অন লেণ্ড হল্ডিংছ (এমেণ্ডমেণ্ট) বিল, ২০২৫ বিধেয়ক বিধানসভাত গৃহীত কৰি সেয়া সুনিশ্চিত কৰিছে৷ কিন্তু এনে এক যোগাত্মক বতৰাৰ মাজতে…

বিশাখাপট্টনমত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত শৃংখলা দখলৰ যুঁজ

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : বিশাখাপট্টনমত আজি এদিনীয়া শৃংখলা দখলৰ যুঁজত নামিব ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকা৷ দুয়ো দেশৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা নির্ণায়ক মেচখন আজি বিশাখাপট্টনমত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটো…

ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল

সকলো বাধা–প্রতিবন্ধকতা নেওচি ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল৷ নতুন দিল্লী–হোৱাইট হাউছৰ শীতল বাণিজ্যিক সংঘাত অব্যাহত থকাৰ মাজতে ড’নাল্ড ট্রাম্পৰ আমেৰিকাৰ ৰঙাচকুক উপেক্ষা কৰি এই প্রতিশ্রুতি দিলে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷…

জুবিন গার্গক ভাৰতৰত্ন দিয়াৰ বাবে কংগ্রেছৰ দাবী ছিপ পাব্লিচিটী

জুবিন গার্গক দেশৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্রদানৰ বাবে গৌৰৱ গগৈয়ে সংসদত তোলা দাবীক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়– তেওঁলোকে যিমান কেজুৱেলী কথাটো কৈ আছে, সিমান…

১৮ সাহিত্যিকলৈ চলিত বর্ষৰ সাহিত্য বঁটা, ১০গৰাকীলৈ সাহিত্যিক পেন্সন

ৰাজ্যৰ সাহিত্য ক্ষেত্রলৈ অনবদ্য বৰঙণি আগবঢ়োৱা মুঠ ২৮গৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ সাহিত্যিক পেন্সন আৰু বঁটা৷ ৰাজ্য চৰকাৰে এক নির্দেশনাৰ জৰিয়তে জাৰি কৰা অনুসৰি ১৮গৰাকী বিশিষ্ট সাহিত্যিকলৈ আগবঢ়োৱা হ’ব সাহিত্য বঁটা আৰু…

তামিলনাডু-ৰ ভোটাৰ তালিকাত ভূমিকম্প : লক্ষাধিক ভোটাৰৰ নাম হ্ৰাসৰ সম্ভাৱনা

ভাৰতীয় নিৰ্বাচন আয়োগে সকলো ভোটদাতাক সঠিকভাৱে তালিকাভুক্ত কৰিবলৈ বিশেষ গভীৰ সংশোধন (SIR) নামৰ এটা ব্যৱস্থা চলাইছে। এই SIR প্ৰক্ৰিয়াটোক লৈ ৰাজ্যৰ প্ৰতিপক্ষ দলসমূহে তীব্ৰ আপত্তি জনাইছে। আগন্তুক বছৰত তামিলনাডুত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ…

টি-২০লৈ ঘূৰি আহিব হিটমেন ৰোহিত! দক্ষিণ আফ্ৰিকাৰে এদিনীয়া শৃংখলাৰ পিছতেই সুখবৰ

ৰোহিত শর্মাই ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ প্ৰতি এনে এটা দৃঢ়তা দেখুৱাইছে যে তেওঁ কেৱল লিষ্ট-এ ক্ৰিকেট নহয়, টি-২০ ক্ৰিকেটতো পুনৰাৱর্তন কৰিবলৈ ইচ্ছুক। খবৰ অনুসৰি ৰোহিত শর্মাই ছৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ৰ নক-আউট পৰ্যায়ত খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।…