টি-২০লৈ ঘূৰি আহিব হিটমেন ৰোহিত! দক্ষিণ আফ্ৰিকাৰে এদিনীয়া শৃংখলাৰ পিছতেই সুখবৰ
ৰোহিত শর্মাই ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ প্ৰতি এনে এটা দৃঢ়তা দেখুৱাইছে যে তেওঁ কেৱল লিষ্ট-এ ক্ৰিকেট নহয়, টি-২০ ক্ৰিকেটতো পুনৰাৱর্তন কৰিবলৈ ইচ্ছুক। খবৰ অনুসৰি ৰোহিত শর্মাই ছৈয়দ মুস্তাক আলী ট্ৰফী ২০২৫ৰ নক-আউট পৰ্যায়ত খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।…