নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃৰাষ্ট্রীয় গণতন্ত্র তথা নির্বাচনী সাহায্য সংস্থাৰ অধ্যক্ষ পদত জ্ঞানেশ কুমাৰ

আন্তঃৰাষ্ট্রীয় গণতন্ত্র তথা নির্বাচনী সহায়তা সংস্থা অর্থাৎ ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ ডেমক্রেচী এণ্ড ইলেক্ট’ৰেল এছিষ্টেন্সৰ ২০২৬ বর্ষৰ অধ্যক্ষ হিচাপে দায়িত্ব অর্পণ কৰা হৈছে দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক৷ ছুইডেনৰ ষ্টকহমত থকা…

‘জয় বজৰংবলী’ বুলি চিঞৰি কুঁৱাত জাঁপ দিলে যুৱকে… কাৰণ জানিলে হ’ব আচৰিত

উত্তৰ প্ৰদেশৰ ঝাঁচী জিলাৰ সদৰ বজাৰ থানাৰ অন্তৰ্গত অঞ্চলত বৃহস্পতিবাৰে নিশা এটা ভয়ংকৰ ঘটনা সংঘটিত হয়। গণেশ মাড়িয়া কেণ্ট অঞ্চলত এজন যুৱকে মদৰ নিচাত মাতাল অৱস্থাত ‘জয় বজৰংবলী’ বুলি চিঞৰি এটা কুঁৱাত জাঁপ মাৰি দিয়ে। ঘটনা দেখি চাৰিওফালে চিঞৰ-বাখৰ…

উমৰাংছ’ৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত মুকলি আটকধুনীয়া ACA ক্ৰিকেট ষ্টেডিয়াম

অসমৰ ক্ৰীড়া জগতৰ বাবে বৃহৎ সুখবৰ। পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংছ’ত শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে অসম ক্ৰিকেট সন্থাৰ নতুন আধুনিক ক্ৰিকেট ষ্টেডিয়াম। মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই ষ্টেডিয়ামখন ডিমা…

ধুবুৰী-ত ঊৰ্ধ্বগামী ফাৰ্মৰ কণীৰ দাম

মাছ-মাংস নহয়; প্ৰ'টিন বুলিলে ফাৰ্মৰ কণীহে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ প্ৰথম পছন্দ। দৰাচলতে, মাছ-মাংস অথবা লোকেল হাঁহ-মুৰ্গীৰ কণীতকৈ ফাৰ্মৰ কণীৰ দাম তুলনামূলক ভাবে বহুত কম বাবেই সাধাৰণ ৰাইজৰ বহুতোৰে প্ৰথম পছন্দ বৰ্তমানে ফাৰ্মৰ কণী।…

ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডত ২,৭৫৬টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৮ ডিচেম্বৰ ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডৰ ৰিফাইনেৰী ডিভিজনত খালী হোৱা টেকনিচিয়ান আৰু ট্রেড এপ্রেনটিছ পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

দিল্লী-মুম্বাই-চেন্নাই-জম্মুত IndiGo-ৰ বিমান বাতিল, Akasa Air-ৰো একেই সমস্যা

IndiGo বিমান সেৱাই এই দিনবোৰত গুৰুতৰ অপাৰেচনেল সংকটৰ সম্মুখীন হৈছে। ৪ ডিচেম্বৰৰ বৃহস্পতিবাৰে অৱস্থা ইমানেই ভয়াৱহ হল যে দেশজুৰি IndiGoৰ উৰণ ভয়ংকৰভাৱে প্ৰভাৱিত হয়। এতিয়াও পৰিস্থিতি ইমানেই বেয়া যে ইণ্ডিগ’ৰ অন-টাইম পাৰফৰ্মেন্স (OTP) কেৱল ৮%লৈ…

বিশাখাপট্টমৰ নিৰ্ণায়ক এদিনীয়াৰ টিকট মিনিটতে SOLD OUT

টিকট SOLD OUT : বিশাখাপট্টনমৰ সকলো ঠাইতে এতিয়া মাথোঁ বিৰাট কোহলিৰ নামেই গুঞ্জৰি উঠিছে। ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত তিনিখনীয়া এদিনীয়া শৃংখলাৰ নিৰ্ণায়ক তৃতীয় মেচ এই চহৰতে অনুষ্ঠিত হ'ব। খেলৰ দিন ওচৰ চাপি অহাৰ লগে লগে কোহলি-মেনিয়াই চহৰজুৰি…

চাৰিখন দোকানত লুটপাত চলাই গীতাৰ ওপৰত টকা থৈ গ’ল চোৰে

নিউজ ডেস্ক, ৫ ডিচেম্বৰ : চোৰে নেৰে চুৰ বৃত্তি, কুকুৰে নেৰে ছাই বুলি অসমীয়াত এষাৰ কথা আছে৷ চোৰে সহজতে নিজৰ বৃত্তি এৰিব নোৱাৰে৷ কিন্তু তাৰ মাজতো দেখা গ’ল ধার্মিক চোৰো দুই–এজন আছে৷ এজন চোৰে চাৰিখন দোকানৰ পৰা সকলো সামগ্রী লুটি লৈ গৈ এখন গীতাৰ…

দীপলিপ কন্যা শিশু দেখিলেই হত্যাৰ প্রৱণতা তৰুণীৰ

নিউজ ডেস্ক, ৫ ডিচেম্বৰ : হত্যাকাৰীৰ মানসিকতা সঁচাকৈয়ে অদ্ভুত ধৰণৰ! প্রতিটো হত্যাকাণ্ডৰ আঁৰৰ প্রৱণতা নিশ্চয়কৈ চিন্তনীয়৷ এনে এটা ঘটনা ঘটিছে হাৰিয়ানাৰ পানীপটত৷ ৬ বছৰীয়া ভতিজীক হত্যা কৰাৰ পিছত ধৰা পৰে ৩২ বছৰীয়া এগৰাকী যুৱতী৷ পুনম নামৰ এই…

নগৰবেৰাত চোৰাং গৰু, বাহন জব্দ, আটক দুই সৰবৰাহকাৰী

নগৰবেৰাত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান। অভিযানত জব্দ গৰুভৰ্তি এখন বাহন, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ধৃত লোক দুজন ছহিনুৰ ইছলাম আৰু ভিক্ষু শ্বেখ বুলি জানিব পৰা গৈছে। এএছ০১-টিচি-৫৭৬৮ নম্বৰৰ টাটা মেজিক বাহনখনেৰে অবৈধভাৱে গৰু…