6,6,6,6,6,6…. হংকং ছিক্সেছত আফ্ৰিদীৰ চমকপ্ৰদ কীৰ্তি
পাকিস্তানৰ বেটছমেন আব্বাছ আফ্ৰিদীয়ে হংকং ছিক্সেছ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট প্ৰতিযোগিতাত কুৱেইটৰ বিৰুদ্ধে এক অনন্য কাণ্ড সংঘটিত কৰিছে। শুকুৰবাৰে অনুষ্ঠিত এখন মেচত আফ্ৰিদীয়ে এটা অ’ভাৰত ৬টা ছয় মাৰি ৰেকৰ্ড কৰে।
৬ অ’ভাৰৰ টুৰ্ণামেণ্টত কুৱেইটে…