উত্তৰ-পূবৰ ৰাজনীতিত নতুন ৰাজনৈতিক দল ONE-ৰ আত্মপ্ৰকাশ
উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক দলসমূহক একত্ৰিত তথা ঐক্যবদ্ধ কৰাৰ লক্ষ্যেৰে ৰাজধানী নতুন দিল্লীৰ বুকুত ONE নামেৰে আত্মপ্ৰকাশ ঘটিল এখন নতুন ৰাজনৈতিক মঞ্চৰ। নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেছনেল…