নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত চাঞ্চল্য : ৰাজপথত এগৰাকী মহিলাক হ*ত্যা

হাইলাকান্দিত চাঞ্চল্যকৰ ঘটনা। ৰাজপথত এগৰাকী মহিলাক হত্যা লালা থানাৰ অন্তৰ্গত গাগলাছড়া চাহ বাগানত নিৰ্মম ঘটনা দাৰে গল কাটি মহিলাক হত্যা। মৃত মহিলাগৰাকীৰ নাম ৰীতা ৰাজৱাৰ। ৰাজপথত হত্যা কৰা অভিযুক্ত গুড্ডু পাচী বৰ্তমান…

মাংগলিক কাৰ্যসূচীৰে নগৰবেৰাত ৯৩ সংখ্যক ৰাস মহোৎসৱৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৪ নৱেম্বৰ : কামৰূপৰ নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা বৃহত্তৰ নগৰবেৰাবাসী ৰাইজৰ সহযোগত নগৰবেৰা ৰাস ময়দানত ১৫ দিনীয়া বৰ্ণাঢ্য ধৰ্মীয়-সাংস্কৃতিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় পষেকদিনীয়া ৰাস মহোৎসৱৰ |…

গোলকগঞ্জত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত এগৰাকী মহিলা

গোলকগঞ্জৰ টাইবানৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনা নিহত হয় এগৰাকী মহিলা। লগতে আহত ছয়গৰাকী যাত্ৰী। AS17C 9924 নম্বৰৰ বেটাৰীচালিত অটো ভান আৰু WB63B 7027 নম্বৰৰ মালবাহী বলোৰো পিক আপ ভেনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। আহত দুজনৰ…

উত্তৰ প্রদেশত পুত্রই হত্যা কৰিলে কোটিপতি বিড়ি ব্যৱসায়ীক

ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ : উত্তৰ প্রদেশ, মধ্যপ্রদেশ, ঝাৰখণ্ডকে ধৰি সমগ্র হিন্দীবলয়ত জনপ্রিয়তা লাভ কৰা বিড়ি ব্রেণ্ড ‘দীনেশ ৫৫৫’ নামৰ বিড়িৰ ব্যৱসায়েৰে কোটিপতি হোৱা বিখ্যাত ব্যৱসায়ী সুৰেশ চান্দ আগৰৱালাক পুত্রই গুলীয়াই হত্যা কৰে৷ এই ঘটনাই…

সীমান্তৰ উৰিয়ামঘাট চেতিয়া গাঁৱত গঁড়ৰ খৰ্গ উদ্ধাৰ : দুজনক আটক

নিয়মীয়া বার্তা, চুঙাজান, ৪ নৱেম্বৰ : গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ বি ছেক্টৰ চেতিয়া গাঁৱত উদ্ধাৰ হয় এটা গঁড়ৰ খৰ্গ। চেতিয়া গাঁৱৰ চি আৰ পি এফ কেম্পৰ সমীপৰ মজিবুৰ ৰহমানৰ ঘৰৰ পৰা উদ্ধাৰ হয় খৰ্গটো। মঙলবাৰে পুৱা গোপন খবৰ ভিত্তিত উক্ত…

বৰক্ষেত্ৰীৰ বামুণবড়িত নিশা শোকাৱহ পথ দুৰ্ঘটনা…

নিয়মীয়া বাৰ্তা, দৌলাশাল, ৪ নৱেম্বৰ : নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত তথা বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বামুণবড়িত যোৱানিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ হাজো-দৌলাশাল পথেৰে মুকালমুৱা দিশৰ পৰা বৰপেটা অভিমুখে গৈ থকা এখন…

২,০০০ টকাত বাংলাদেশীক ভাৰতত প্রৱেশৰ অনুমতি, সীমান্তত ৰক্ষকেই ভক্ষকৰ ৰূপত…

ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ : ত্রিপুৰাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্রীয় সীমান্তত পহৰাৰ দায়িত্বত থকা একাংশ বিএছএফ জোৱানৰ দায়িত্বজ্ঞানহীনতাৰ ফলতে ভাৰতত অবাধ হাৰত বাংলাদেশীৰ অনুপ্রৱেশ ঘটিছে৷ ত্রিপুৰাৰ বেলাগামত ২,০০০ টকা দিলেই ভাৰতত প্রৱেশৰ অনুমতি…

লীগ ক্রিকেট খেলিবলৈ আহি হোটেলত আবদ্ধ ক্রিছ গেইলসহ তাৰকা ক্রিকেটাৰ

🔹 ধন দিব নোৱাৰি কাশ্মীৰত লীগ ক্রিকেটৰ আয়োজকৰ পলায়ন ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ : জম্মু–কাশ্মীৰত খেলিবলৈ আহি আবদ্ধ হৈ পৰে ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি ক্রিকেটাৰ ক্রিছ গেইলসহ কেইবাগৰাকী তাৰকা ক্রিকেটাৰ৷ কাশ্মীৰ লীগৰ আয়োজকৰ পলায়নৰ পিছতে হোটেলত আবদ্ধ…

মাজুলীৰ বালিচাপৰিত চলন্ত বাহনত অগ্নিকাণ্ড

মাজুলীৰ বালিচাপৰিত সংঘটিত হৈছে চলন্ত বাহনত অগ্নিকাণ্ডৰ ঘটনা। দুগৰাকী আৰোহী নিজৰ ঘৰ অভিমুখে গৈ থকা অৱস্থাত যান্ত্ৰিক বিজুটিৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত কোনো আহত হোৱা নাই এই অগ্নিকাণ্ডত। AS 06 V 8472 নম্বৰৰ টাটা…

অভিলেখৰ অভিলেখ

প্রাণৰ শিল্পী জুবিন গার্গৰ মহাপ্রয়াণে কেইবাটাও বিষয়ত অভিলেখ গঢ়িছে৷ ৫২ বছৰীয়া জীৱন কালত দুকুৰিৰো অধিক ভাষাত ৩৮ হাজাৰ গীতত কণ্ঠদান আৰু এনিশাৰ ভিতৰতে ৩৪টা গীত বাণীবন্ধনেৰে অভিলেখ গঢ়া প্রাণৰ শিল্পীগৰাকীয়ে মৃত্যুৰ পিছতো গঢ়িছে এটাৰ পাছত এটা…