নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশলংঘী ষ্টেডিয়ামত ৪৬,০০০ আসন, স্কাই ষ্টেডিয়ামত ২০৩৪ চনৰ ফিফা বিশ্বকাপ!

২০৩৪ চনত ফিফা বিশ্বকাপ ফুটবল মেচ মাটিত নহয়, আকাশত অনুষ্ঠিত হ’ব... ভাসমান ষ্টেডিয়াম৷ ছৌদি আৰবে ২০৩৪ চনৰ ফিফা বিশ্বকাপ আয়োজনৰ বাবে এক নতুন প্রকল্পৰ পৰিকল্পনা কৰিছে৷ ভৱিষ্যতত নগৰ পৰিকল্পনা নি’ম প্রজেক্টৰ অংশ হিচাপে বিশ্বৰ প্রথমখন স্কাই…

পুনৰ অসুস্থ জুবিনপত্নী গৰিমা গাৰ্গ

পুনৰ অসুস্থ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ। মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে গৰিমা গাৰ্গক। মানসিক উদ্বেগজনিত সমস্যাৰ ফলত গৰিমাৰ অসুস্থতা দেখা দিছে বুলি জানিব পৰা গৈছে। চিকিৎসকৰ মতে, বৰ্তমান গৰিমা গাৰ্গৰ…

নৱপ্রজন্মৰ মাজত ধূমপান নিষিদ্ধৰ আইন প্ৰণয়ন এইখন দেশত

মালদ্বীপত ২০০৭ চনৰ ১ জানুৱাৰী বা তাৰ পিছত জন্মগ্রহণ কৰা যুৱক–যুৱতীক ধঁপাত সেৱন–ক্রয়–বিক্রয় কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ আইন প্রণয়নেৰে এনে নিষেধাজ্ঞা আৰোপ কৰা বিশ্বৰ একমাত্র দেশ হিচাপে পৰিগণিত হ’ল মালদ্বীপ৷ দ্বীপৰাষ্ট্রখনৰ স্বাস্থ্য…

গোসাঁইগাঁৱত বিদেশী চিগাৰেট জব্দ, দুজন গ্ৰেপ্তাৰ

কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে এক সফল অভিযান চলাই বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়। অভিযান চলাই আৰক্ষীয়ে MH 12 MV 3914 নম্বৰৰ এখন ট্ৰাক জব্দ কৰে, য’ত গোপনে প্ৰায় ১২ হাজাৰ বিদেশী চিগাৰেট লুকুৱাই আনিছিল। সূত্ৰ অনুসৰি, চিগাৰেটসমূহ…

অসাৰ গৌৰৱ গগৈৰ আস্ফালন : ব্লক কংগ্ৰেছ কমিটীৰ সভাপতিৰ নামত ৩খনকৈ ভোটাৰ কাৰ্ড

মৰিগাঁও জিলাৰ লাহৰীঘাট বিধানসভা সমষ্টিৰ মিকিৰভেটা থানাৰ অন্তৰ্গত শিলপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শিলপুখুৰী গাঁৱৰ নুৰুল আমিন নামৰ লোকজনৰ নামত তিনিখনকৈ ভোটাৰ আই ডি অতি গোপনীয়তাৰে সংগ্ৰহ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। যি সময়ত ভাৰত চৰকাৰৰ…

আজিৰে পৰা ৰাস মহোৎসৱ : শ্ৰীকৃষ্ণ বন্দনাৰে মুখৰ ৰাজ্য

আজি ৰাস পূৰ্ণিমা। আজিৰে পৰা সমগ্ৰ অসমতে উদযাপন কৰা হৈছে পৱিত্ৰ ৰাস মহোৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ দিৱ্য লীলা-কাহিনী বন্দনাৰে আয়োজিত এই ৰাস উৎসৱ হৈছে ধৰ্ম, সংস্কৃতি আৰু শিল্পকলাৰ এক অপূৰ্ব মিলনক্ষেত্ৰ। ভক্তিৰ সুৰ, নামঘোষাৰ ধ্বনি আৰু দীপপ্ৰজ্বলিত…

মানুহে মানুহৰ বাবে— সুধাকণ্ঠৰ কালজয়ী গীতক ৰাষ্ট্ৰসংঘৰ স্বীকৃতি দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

আজিৰ দিনটো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুতিথি। অসমৰ প্ৰতিটো কোণত আজি জনসাধাৰণে গভীৰ শ্ৰদ্ধাৰে সুধাকণ্ঠক স্মৰণ কৰিছে। সমন্বয় ক্ষেত্ৰত আয়োজিত বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰি মহান গায়কজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি…

মৃত্যুতিথিত ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ, সমন্বয় ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

আজি  সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী। তেওঁ অবিহনে অসমীয়াই আজি ১৪টা বছৰ অতিক্ৰম কৰিলে। ২০১ চনৰ আজিৰ দিনটোতে অসমীয়াৰ বুকু শুদা কৰি সুধাকণ্ঠ সপোনৰ দেশলৈ গুচি হৈছিল। আজি সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ১৪সংখ্যক মৃত্যু তিথি।…

সম্পাদকীয় : বেষ্ট ছেলাৰ আৰু গভীৰ পাঠ

এতিয়া অসমত গ্রন্থমেলাৰ বতৰ আৰু গ্রন্থমেলাৰ চৰিত্রৰ লগত সংগতি ৰাখি পাঠকে জানিবলৈ ইচ্ছা কৰে এই বতৰত অধিকসংখ্যক পাঠকে কোনখন কিতাপ কিনিবলৈ ইচ্ছা কৰিছে অথবা ব্যৱসায়ৰ ভাষাত কোনখন কিতাপ বেষ্ট ছেলাৰ হৈছে৷ গ্রন্থমেলা এখনৰ অন্যতম সফলতা বিক্রীৰ…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৫ নৱেম্বৰ)

আজিৰ দিনটোৰ ৰাশিফল আজি ৫ নৱেম্বৰ, কাতি মাহৰ ১৮ তাৰিখ বুধবাৰ : তিথি–শুক্লা পূর্ণিমা, নক্ষত্র : অশ্চিনী, যাত্রা : নাই মেষ : নিজ কামত কৃতকার্যতাৰ কাৰক৷ নিজৰ প্রতি নিষ্ঠা বাঢ়িব৷ দাম্পত্যত নিৰাশ হোৱাৰ যোগ৷ বিদ্যাত মনোযোগ৷ ব্যৱসায়ত অর্থ…