নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ৩ নৱেম্বৰ, কাতি মাহৰ ১৬ তাৰিখ সোমবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : শুভ মেষ : মংগল গ্রহৰ প্রভাৱত কর্ম সমাপন কৰিব পাৰিব৷ পিছবেলা দূৰ ভ্রমণ নকৰিব৷ কর্মস্থানত মধ্যম৷ বগা শুভ ৰং৷ শুভ সংখ্যা ৩৷…

বাহৰেইনত দুভৰিৰ চমক দেখুওৱা লখিমপুৰৰ জুবিনক সম্বর্ধনা

বিশেষ বার্তা, লখিমপুৰ ২ নৱেম্বৰ : লখিমপুৰৰ জুবিন গোহাঁয়ে দুভৰিৰ যাদুৰে বাহৰেইনত আঁজুৰি আনিলে ব্রঞ্জৰ পদক৷ ভাৰতক প্রতিনিধিত্ব কৰি সুদূৰ বাহৰেইনত চমক দেখুৱাই ব্রঞ্জৰ পদক আঁজুৰি আনিলে জুবিন গোহাঁয়ে৷ নৱম শ্রেণীত অধ্যয়নৰত জুবিনে বাহৰেইনত…

অষ্ট্রেলিয়াক হৰুৱাই তৃতীয়খন টি–২০ত অনবদ্য প্রত্যাৱর্তন টীম ইণ্ডিয়াৰ

নিউজ ডেস্ক, ২ নৱেম্বৰ : শৃংখলাৰ তৃতীয়খন টি–২০ মেচত অনবদ্য প্রত্যাৱর্তনেৰে অষ্ট্রেলিয়াক পৰাজিত কৰি সমতা স্থাপন কৰে টীম ইণ্ডিয়াই৷ প্রথমে বেটিং কৰি অষ্ট্রেলিয়াই বান্ধি দিয়া ১৮৭ ৰানৰ লক্ষ্য সহজে অতিক্রম কৰে ভাৰতীয় দলটোৱে৷ এই জয়ৰ ফলত ৫খন মেচৰ…

জুবিনক্ষেত্ৰত বৃদ্ধি পাইছে চোৰৰ অতপালি, আনোৱাৰ হুছেইনক আটক

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী জুবিনক্ষেত্ৰত ভক্তিভাবে অগণন লোকে সেৱা আগবঢ়াই অহাৰ সময়তে একাংশ নৰাধমৰ কৰ্মকাণ্ডই ক্ষুব্ধ কৰি তুলিছে জুবিন অনুৰাগীক। শেহতীয়াকৈ জুবিনক্ষেত্ৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা ঘটনাই…

জুবিন গাৰ্গৰ স্মৃতিত ৰঙতি পুখুৰীৰ পাৰত ‘নাহৰ বন’ৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ধলপুৰ, ২ নৱেম্বৰ : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই আজি ধলপুৰ মৌজাৰ ঐতিহাসিক ৰঙতি পুখুৰীৰ পাৰৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত “নাহৰ বন”ৰ শুভ উদ্বোধন কৰে ৷ প্ৰথমে…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জত হাতী ছাফাৰি মুকলি

ডিজিটেল ডেস্ক, ২ অক্টোবৰ : বিশ্বপ্ৰসিদ্ধ এটা খৰ্গৰ গঁড় আৰু অন্যান্য বন্যপ্ৰাণীয়ে শুৱনি কৰি ৰখা আপোন কাজিৰঙাৰ সেউজী শোভাই সকলোকে মন্ত্ৰমুগ্ধ কৰি আহিছে। নতুন পৰ্যটন বৰ্ষত কাজিৰঙাৰ অতুলনীয় সৌন্দৰ্য উপভোগ কৰিবলৈ সকলোৰে বাবে আজি ৰাষ্ট্ৰীয়…

বৰপেটাত চিএম ভিজিলেন্সৰ নামত ধনদাবী কৰি আটক প্ৰৱঞ্চক

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : চিএম ভিজিলেন্সৰ নামত ধনদাবী কৰি আটক হ'ল এজন। বৰপেটাত CM ভিজিলেন্সৰ নামত ধনদাবী কৰি আটক হোৱা প্ৰৱঞ্চকটো অনুপ কুমাৰ দাস। অনুপ কুমাৰ দাসৰ ঘৰ ডিব্ৰুগড়ত। শনিবাৰে নিশা বৰপেটা আৰক্ষীয়ে প্ৰৱঞ্চক অনুপ কুমাৰ দাসক আটক কৰে।…

দিখৌমুখ মিলিত শিল্পী সমাজৰ ৪১সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ…

নিয়মীয়া বাৰ্তা, দিখৌমুখ, ২ নৱেম্বৰ : শিৱসাগৰ জিলাৰ বৃহত্তৰ দিখৌমুখ অঞ্চলৰ কুৰিখনতকৈও অধিক গাঁৱৰ ৰাইজৰ সক্রিয় অংশগ্রহণেৰে অঞ্চলটোৰ দিখৌমুখ মিলিত শিল্পী সমাজে উদযাপন কৰি অহা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱে এইবাৰ ৪১সংখ্যক বৰ্ষত ভৰি দিছে। অন্যান্য…

পাৰমাণৱিক পৰীক্ষণ আৰম্ভ কৰিব আমেৰিকাই, মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ সদম্ভে ঘোষণা

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্রই পুনৰ আৰম্ভ কৰিব পাৰমাণৱিক পৰীক্ষণ৷ এয়াৰফ’ৰ্চ ৱানত সাংবাদিকৰ আগত সদম্ভে ঘোষণা কৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ কিছুদিন পূর্বে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে পেণ্টাগনক সামৰিক পৰীক্ষণ…

টি-২০ৰ পৰা অৱসৰ ঘোষণা নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ কেন উইলিয়ামছনৰ

নিউজ ডেস্ক, ২ নৱেম্বৰ : এটা গৌৰৱময় অধ্যায়ৰ আৱেগিক বিদায়! নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ কেন উইলিয়ামছনে টি-২০ আন্তৰ্জাতিকৰ পৰা অৱসৰ ঘোষণা কৰিছে। ৩৫ বছৰীয়া এইগৰাকী খেলুৱৈ, যি বিশ্ব ক্ৰিকেটত সৰ্বাধিক শান্ত আৰু সন্মানীয় ব্যক্তিত্বসমূহৰ এজন,…