নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিংগাপুৰৰ পৰাই উচ্চতম ন্যায়ালয়ত শ্যামকানুৱে দাখিল কৰিছিল লেখ আবেদন

নিউজ ডেস্ক, ৩ অক্টোবৰ : প্ৰাণৰ শিল্পীৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা ধৃত শ্যামকানু মহন্ত দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ। সংস্কৃতিৰ বেপাৰী শ্যামকানুৱে ছিংগাপুৰৰ পৰাই নিজক বচোৱাৰ সম্ভৱপৰ সকলো চেষ্টা চলাইছিল। চালাক শ্যামকানুৱে জুবিনৰ ৰহস্যজনক…

পোহৰ প্রদূষণ

আধুনিক মানৱসৃষ্ট কাৰকত পৃথিৱীৰ প্রদূষণৰ বিষয়ে চর্চা হ’লে প্রধানতঃ স্থল, জল আৰু বায়ু প্রদূষণৰ প্রসংগ ওলায়৷ কিন্তু এইকেইটা প্রদূষণৰ উপৰি আন এক ভয়াৱহ প্রদূষণ আছে যিয়ে পৃথিৱীৰ পৰিস্থিতিতন্ত্রৰ লগতে জীৱকুলৰ প্রতি ভাবুকি কঢ়িয়াই আছে৷ এই প্রদূষণ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ অক্টোবৰ, আহিন মাহৰ ১৬ তাৰিখ শুকুৰবাৰ : তিথি–শুক্লা একাদশী, নক্ষত্র : শ্রৱণা, যাত্রা : নাই মেষ : কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু–সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা৷ বিদ্যাত মধ্যম ফল৷ দাম্পত্যত মধ্যম৷ শৰীৰৰ ওপৰত নজৰ ৰাখক৷ বৃষ :…

বিজয়া দশমীৰ বিশাল সমদলত জুবিনৰ গান : ধেমাজিৰ তেলিজান নৈত ২৫ পূজাস্থলীৰ প্ৰতিমা বিসৰ্জন

🔹 আনন্দ-উল্লাসৰ পৰা বিৰত দেৱীৰ ভক্তগণ নিয়মীয়া বাৰ্তা, ধেমাজি, ২ অক্টোবৰ : জুবিন গাৰ্গৰ অবৰ্তমানত বুকুত বেদনাৰ গধুৰ শিল লৈ  পৰম্পৰাগত ৰীতি-নীতিৰে অৱশেষত মা দেৱী দুৰ্গাক বিসৰ্জন দিলে ধেমাজিৰ পূজা আয়োজক সমিতিসমূহে ৷ ধেমাজি প্ৰশাসনৰ নিৰ্দেশ…

সাংবাদিকৰ কেমেৰা ভঙাৰ ভাবুকি : দিছপুৰ থানাত হাজিৰ গায়ক নীলোৎপল বৰা

বিশেষ বাৰ্তা, ২ অক্টোবৰ : সাংবাদিকৰ কেমেৰা ভাঙি দিম বুলি ভাবুকি দিয়া গায়ক নীলোৎপল বৰা অৱশেষত হাজিৰ হ'ল দিছপুৰ থানাত। উল্লেখ্য যে কৰ্তব্যৰত সাংবাদিকৰ কেমেৰা ভাঙিম বুলি ভাবুকি দিয়া গায়ক নীলোৎপল বৰাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল…

ওড়িশাৰ পুৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : ওড়িশাৰ জগন্নাথ ক্ষেত্ৰ পুৰী চহৰত আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়। পুৰী চহৰত শ্ৰীশংকৰদেৱ সংস্কৃতি সমাজৰ পুৰী প্ৰকল্পৰ অধীনত থকা নামঘৰ চৌহদত আজি এই উপলক্ষে পুৱাৰ পৰাই কাৰ্যসূচী…

চিৰাঙত বঙাইগাঁৱৰ যুৱকৰ মৃতদেহ উদ্ধাৰ : থানাত এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ২ অক্টোবৰ :  দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে চিৰাঙত পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। জিলাখনৰ কাশিকোত্ৰা- বাসুগাঁও সংযোগী গুৱাবাৰীত নৱমীৰ দিনা অৰ্থাৎ বুধবাৰে বঙাইগাঁও বাবুপাৰাৰ সুৰজ …

শংকৰদেৱৰ জন্মোৎসৱত ভক্তিৰসত বুৰ গ’ল বস্ত্ৰনগৰী শুৱালকুছি 

বিশেষ বাৰ্তা, শুৱালকুছি, ২ অক্টোবৰ : অসমীয়া ভাষা, সাহিত্য, কৃষ্টি-সংস্কৃতি, নাট-ভাওনা আদি সৃষ্টি কৰি বিশ্বত সবল অসমীয়া হিচাপে প্ৰতিষ্ঠা কৰা যুগনায়ক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক জন্মজয়ন্তী বস্ত্ৰনগৰী শুৱালকুছিত চাৰিদিনীয়া…

জাঁজী নৈৰ বাঢ়নী পানীত ঔগুৰি মিচিং গাঁৱৰ ৰিং বান্ধ ভাগি ১০ গাঁও প্লাৱিত

নিয়মীয়া বাৰ্তা, ভগামুখ, ২ অক্টোবৰ : শেহতীয়াকৈ আহিন মাহত জাঁজী নৈৰ বাঢ়নী পানীয়ে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত ঔগুৰি গোহাঁই গাঁও আৰু বৰমথাউৰি মিচিং গাঁৱৰ সংযোগস্থলৰ নদীখনৰ সোঁফালে থকা ৰিংবান্ধটোৰ প্ৰায় ৭০ মিটাৰ বুধবাৰে নিশা  ছিঙি পেলোৱাত…

ছিংগাপুৰ আৰক্ষীয়ে ভাৰতক প্ৰদান কৰিলে জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন

নিউজ ডেস্ক, ২ অক্টোবৰ : অৱশেষত ছিংগাপুৰৰ পৰা ভাৰতলৈ আহিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ছিংগাপুৰ আৰক্ষীয়ে ভাৰতক প্ৰদান কৰিলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ভাৰতৰ উচ্চায়ুক্তক ছিংগাপুৰ আৰক্ষীয়ে…