আজিৰ দিনটোৰ ৰাশিফল
আজি ৪ অক্টোবৰ, আহিন মাহৰ ১৭ তাৰিখ
শনিবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই
মেষ : পুৱা দহ বজালৈ কিছু সাৱধানে থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ শৰীৰ সম্পর্কে সচেতন থাকক৷…