নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এম পি জে জুৱেলাৰ্ছৰ ধুবুৰীৰ শ্ব’ৰুমত অভিযান আয়কৰৰ

প্ৰতিষ্ঠিত অলংকাৰ বিপণী এম পি জে জুৱেলাৰ্চৰ ধুবুৰীৰ শ্ব'ৰুমত আজি পুৱাৰ পৰা অভিযান চলাইছে আয়কৰ বিভাগৰ এটি বৃহৎ দলে। প্ৰায় ৫৬জনীয়া সেই দলটোৱে যোৱানিশা ধুবুৰীত উপস্থিত হোৱাৰ পিছত আজি পুৱাৰ পৰা ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ এম পি জে জুৱেলাৰ্চৰ…

গুৱাহাটী প্ৰেছ ক্লাবত সঞ্জীৱ নাৰায়ণৰ সংবাদ মেল বাতিল

সঞ্জীৱ নাৰায়ণৰ সংবাদ মেলত নিষেধাজ্ঞা আৰক্ষীৰ প্ৰেছ ক্লাবৰ পৰিৱৰ্তে প্ৰাগ নিউজৰ কাৰ্যালয়তে পাতিব সংবাদ মেল ৩ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত আছিল সঞ্জীৱ নাৰায়ণৰ সংবাদ মেল প্ৰাগ নিউজৰ স্বত্ত্বাধিকাৰী সঞ্জীৱ নাৰায়ণ প্ৰেছ ক্লাৱত সংবাদ…

জুবিন গাৰ্গৰ মৃত্যু : গুৱাহাটী হাইক’ৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবীত ৰাজ্যজুৰি জনমত প্ৰৱল হৈ উঠাৰ মাজতে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন (PIL) দাখিল কৰা হৈছে। এগৰাকী সচেতন নাগৰিক তথা জুবিনৰ অনুৰাগীয়ে এই আবেদন…

হাৰ্টথ্ৰব মৃত্যুৰ ছদিনৰ পিছত সংবাদ মেল জুবিনৰ ঘনিষ্ঠ সঞ্জীৱ নাৰায়ণৰ

ৰাজ্যজুৰি জুবিন শোক। তাৰ মজতেই মূল কালপ্ৰীটত গ্ৰেপ্তাৰ তথা শাস্তি বিহাৰ দাবীত ক্ষোভৰ জুই। নাই কোনো খবৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতৰ। তাৰ মাজতেই আজি জুবিনৰ মৃত্যুৰ ছদিনৰ পিছত ৩ বজাত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰিবলৈ…

শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ দিশে শ্যামকানু-সিদ্ধাৰ্থ

হাৰ্টথ্ৰব জুবিনৰ মৃত্যু শোক আজিও ম্ৰিয়মাণ ৰাজ্যবাসী। তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত ঘোষণা কৰিছে শ্যামকানু মহন্তক নিষিদ্ধ। ইয়াৰ লগে লগে আন এখন ছবি পোহৰলৈ আহিছে যে গ্ৰেপ্তাৰ আসন্ন নেকি শ্যামকানু মহন্তৰ। কিয়নো অসমৰ ৰাইজে মনেপ্ৰাণে…

ভগৱান হনুমান ভুৱা দেৱতা : ৰিপাব্লিকান নেতাৰ দলৰ নেতাৰ হিন্দুবিদ্বেষী মন্তব্য

আমেৰিকা যুক্তৰাষ্ট্রৰ টেক্সাছত স্থাপিত ভগৱান হনুমানৰ মূর্তিক লৈ তীব্র বিতর্কিত মন্তব্য কৰিছে দেশখনৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ দলীয় নেতাই৷ ৰিপাব্লিকান নেতা আলেকজেণ্ডাৰ ডানকানে খ্রীষ্টান দেশত হিন্দু দেৱতাৰ মূর্তি থকাটো উচিত নহয় বুলি মন্তব্য…

চাপৰত ৫,২০০ মাটিৰ চাকি প্ৰজ্বলনেৰে জুবিন গাৰ্গক স্মৰণ

ধুবুৰীৰ চাপৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুৰাগীৰ ধুবুৰী জিলাৰ চাপৰত ৫,২০০টা মাটিৰ চাকি প্ৰজ্বলনেৰে জুবিনদাক স্মৰণ চাপৰৰ গান্ধী ময়দানত হাজাৰ হাজাৰ অনুৰাগীয়ে একত্ৰিত হৈ কিংবদন্তি গায়ক জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চাপৰৰ বিভিন্ন…

পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যান

আজি দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰা হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহৰ বাঁ‌হবাৰী বনাঞ্চলৰ মুখ্য প্ৰৱেশদ্বাৰত ৰঙা ফিতা কাটি ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে চি এইচ ডি সুমন মহাপাত্ৰই। নিয়মীয়া বাৰ্তা, আনন্দ বজাৰ, ২৪…

মুখ্যমন্ত্ৰীৰ ACTION আৰম্ভ, অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ অনুষ্ঠান

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰে নাম সাঙোৰ খোৱা মূল কালপ্ৰীট ফেষ্টিভেল মহন্ত ওৰফে শ্যামকানু মহন্তক ব্লেকলিষ্টেড কৰিছে ৰাজ্য চৰকাৰে। এক সামাজিক মাধ্যমৰ পোষ্ট মুখ্যমন্ত্ৰী ড০ শৰ্মাই সদৰী কৰা অনুসৰি, ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে…

এছিয়া কাপৰ Super-4ত আজি সমুখসমৰত ভাৰত-বাংলাদেশ

সংযুক্ত আৰব আমীৰশ্বাহীত পূর্ণগতিত চলি থকা এছিয়া কাপৰ ছুপাৰ ফ’ৰৰ আজি গুৰুত্বপূর্ণ মেচখনত টীম ইণ্ডিয়াই বাংলাদেশৰ মুখামুখি হ’ব৷ ইতিমধ্যে ছুপাৰ ফ’ৰৰ প্রথমখন মেচত চিৰপ্রতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰি আত্মবিশ্বাস তুংগত থকা সূর্যকুমাৰ যাদৱ…